Breaking

কাছাৰত জব্দ ১.৭৫ কোটি টকাৰ য়াবা টেবলেট…

0 43

শিলচৰঃ অসমৰ কাছাৰ জিলাৰ সীমান্ত সুৰক্ষা বাহিনীয়ে নিষিদ্ধ ইয়াবা টেবলেটৰ বৃহৎ চালান জব্দ কৰিছে।

বুধবাৰে অসমৰ কাছাৰ জিলাত বি এছ এফে ১.৭৫ কোটি টকাৰ য়াবা টেবলেট জব্দ কৰে।

অসমৰ কাছাৰ জিলাৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা এখন বাহনৰ পৰা নিষিদ্ধ টেবলেট জব্দ কৰে।

ড্ৰাগছ কঢ়িয়াই অনা গাড়ীখন মেঘালয়ৰ পৰা অসমৰ কাছাৰ জিলাত প্ৰৱেশ কৰে।

গাড়ীখনৰ বাওঁ দুৱাৰত লুকুৱাই ৰাখিছিল ড্ৰাগছখিনিও জব্দ কৰা হৈছে।

Leave A Reply