Breaking

Browsing Category

অসম

হোজাইৰ যমুনামুখ ৰেলৱে ষ্টেচন নিৰ্মাণ কাৰ্যত অনিয়মৰ অভিযোগ

অনা-অসমীয়া ঠিকাদাৰৰ বিৰুদ্ধে কোটি-কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ স্থানীয় লোকৰ।যমুনামুখ ৰেলৱে ষ্টেচনৰ প্লেটফ্ৰৰ্ম নিৰ্মাণ কাৰ্যৰ বাবে আৱণ্টিত হৈছিল কেইবাকোটি টকা।কোটি-কোটি টকা আৱণ্টিত হোৱা ৰেলৱে ষ্টেচনৰ প্লেটফ্ৰৰ্ম নিৰ্মাণ কাৰ্যৰ বাবে ঠিকা লাভ
Read More...

তামুলপুৰ আৰক্ষী থানা চৌহদৰ পৰা চোৰে নিলে বাইক

যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক অধিক গতিশীল আৰু শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব বিচাৰিছে তেনে সময়তে তামুলপুৰ আৰক্ষী থানাৰ ফোপোলা স্বৰূপ ওলাই পৰে।যি সময়ত আৰক্ষীৰ ওচৰত সাধাৰণ জনতাই সুৰক্ষিত অনুভৱ কৰে তেনে সময়তেই
Read More...

লাহৰীঘাটৰ স্বাস্হ্য কৰ্মী আক্ৰমণৰ ঘটনাত জড়িত তিনি পলাতক অভিযুক্তক গ্ৰেপ্তাৰ

 মৰিগাঁও জিলাৰ লাহৰীঘাটৰ  বোৱালগুৰিত ১ জুলাইত এদল দূৰ্বিত্তই এজন চিকিৎসা কৰ্মীক প্ৰহাৰ কৰে।আৰক্ষীয়ে যোৱা কালি  ডিমাপুৰৰ পৰা তিনিওজনকে  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত অভিযুক্ত কেইজন হ'ল মুকছিদুল ইছলাম, ,আফতাপ হুছেইন আৰু আনোৱাৰ হুছেইন । 
Read More...

BigBreaking | ৰাজ্যৰ ৭ খনকৈ জিলাক কনটেইণ্টমেণ্ট জিলা ৰূপে ঘোষণা

আজি প্ৰকাশ পালে ক’ভিডৰ নতুন এছঅ’পি। ক’ভিডৰ নতুন এছঅ’পি অনুসৰি ৰাজ্যৰ ৭ খন জিলা সম্পূৰ্ণ কনটেইণ্টমেণ্ট জিলা ৰূপে ঘোষণা। এসপ্তাহৰ বাবে বিশ্বনাথ, লখিমপুৰ, শোণিতপুৰ, গোলাঘাট, যোৰহাট, মৰিগাঁও, গোৱালপাৰাত ২৪ ঘণ্টাই কাৰ্ফিউ।ইফালে ১৬খন জিলাত
Read More...

ওদালগুৰি জিলাত ১৩৯৮৩৯ জন হিতাধিকাৰীক ভেকচিন প্ৰদান

ৰাজ্যত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক'ৰোণা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক'ৰোণা আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ৭জুলাইত   
Read More...

নিজগেৰুৱা গাঁও পঞ্চায়তত চোৰে চলালে চাফাই অভিযান

 মৰিগাঁও জিলাৰ    লাহৰীঘাটৰ নিজ গেৰুৱা গাঁও পঞ্চায়ত এলেকাত চোৰৰ উপদ্ৰৱ। সোমবাৰে নিশা পঞ্চায়ত কাৰ্যালয়ৰ তলা ভাঙি লৈ গ'ল দুটা  চলাৰ বেটাৰি, ইনভাৰ্টাৰ, চলাৰ প্লেট আদি । পঞ্চায়তৰ গুৰুত্বপূৰ্ণ নথি পত্ৰৰ কোঠাৰ তলা ভাঙিবলৈ চেষ্টা চোৰৰ। গেছ
Read More...

মাজবাটৰ লাল পানীত চোৰাং বল্ডাৰসহ টেক্টৰ জব্দ

ওদালগুৰি জিলাৰ ৰৌতা চক্ৰ আৰক্ষী সংমণ্ডল পৰিদৰ্শক‌‌‌ কাৰ্যালয় তথা  মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত  লাল পানীত  ৬ জুলাই মঙলবাৰে  মাজবাট বন বিভাগে চোৰাং ভাৱে বল্ডাৰ কঢ়িয়াই অনা এখন টেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় ।  জনামতে  ,মাজবাট বনাঞ্চলিক
Read More...

ৰঙিয়া আৰক্ষীৰ সফলতা,নাগালেণ্ড মণিপুৰ সীমান্তত উদ্ধাৰ ৰঙিয়াৰ চুৰি গাড়ী

কিছুদিন পূৰ্বে ৰঙিয়াৰ মাদৈকাটা অঞ্চলৰ মোস্তাফা নামৰ যুৱক এজনৰ এএছ-২৫-চিচি-৭৪৮১ নম্বৰৰ  বʼলেৰো পিক আপ বাহন এখন যোৱা ২৫ মেত গুৱাহাটী উজান বজাৰৰ বৃহৎ গাড়ী চুৰি চক্ৰৰ মূল নায়ক তথা মাষ্টাৰ মাইণ্ড সঞ্জীৱ সিঙে অতি কৌশলেৰে নʼটাৰী আদালতত
Read More...

জার্মানীৰ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈ আমন্ত্রিত ‘বেলকনিত ভগৱান’

দেশে–বিদেশে সুখ্যাতি লাভ কৰা অসমীয়া চলচ্চিত্র ‘বেলকনিত ভগৱান’ এইবাৰ প্রদর্শনীৰ বাবে আমন্ত্রণ লাভ কৰিছে জর্মানীৰ খ্যাতনামা চলচ্চিত্র মহোৎসৱ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ ষ্টুটগার্টৰ পৰা৷ অহা ২১ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱখনৰ
Read More...

ভাৰত ভূটান সীমান্তৰ দৰঙ্গাৰ পৰা দহদিন ধৰি সন্ধানহীন যুৱক

তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৱৰ্তী  দৰঙ্গামেলাত থকা মেনকা চাহ বাগিচাৰ পৰা বিষ্ণু মগৰ নামৰ এজন উন্নৈশ বছৰীয়া যুৱক যোৱা ২৭ জুনৰ পৰা সন্ধান হীন হৈ আছে।মেনকা চাহ বাগিচাৰ প্ৰয়াত  হৰকা বাহাদুৰ মগৰ আৰু শান্তি মগৰৰ  পুত্ৰ বিষ্ণু মগৰে যোৱা
Read More...