অসম

অসম চৰকাৰৰ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ বগাচলাৰ বিধৱা মহিলা জোনালী ডেকাৰ মুখ্যমন্ত্ৰীক চাকৰিটো দিয়াৰ কাতৰ প্ৰাৰ্থনা…

এগৰাকী বিধৱা মহিলা।বয়স ২৫ বছৰমান হ'ব।দুই এমা-ডিমা সন্তানৰ সৈতে আছিল চাৰি গৰাকী পৰিয়াল।দিন হাজিৰাই পৰিয়ালটোৰ বাবে একমাত্ৰ সম্বল। পিছে নিয়তিৰ কি পৰিহাস।আজিৰ পৰা প্ৰায়...

অসম আন্দোলনৰ সংগঠক খনিন মহন্তৰ জীৱন বিষয়ক গ্ৰন্থ প্ৰকাশ…

অসমীয়াৰ সংগ্ৰামী ৰূপকথাৰ সৰৱ অনুৰণন - অনিৰ্বাণ খনিন' শীৰ্ষক এখন গ্ৰন্থ আজি উন্মোচন কৰা হয় গুৱাহাটী প্ৰেছ ক্লাবত। শোধনাগাৰ আন্দোলন, মাধ্যম আন্দোলন, অনুপ্ৰৱেশকাৰী বিতাড়ণ...

চাকৰি নিয়মীয়াকৰণ ,নিয়মীয়া দৰমহাৰ দাবীত ৰঙিয়াত পৌৰ কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ…

সদৌ অসম পৌৰ নিকাই কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে আজি ৰঙিয়াত পৌৰ কৰ্মচাৰী সকলে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে । পৌৰ কৰ্মচাৰী সমুহক চৰকাৰৰ আওতাত আনি...

শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ, দৰং জিলা অধিবেশনৰ প্ৰস্তুতি তুংগত…

দৰঙৰ কটাহী ৰাইজঘাটত ডেকাগিৰি আঞ্চলিক শাখাৰ ব্যৱস্থাপনা আৰু ৰাইজৰ সহযোগত মুক্তিযুঁজাৰু ৰমাকান্তু ডেকা সমন্বয় ক্ষেত্ৰত ৩,৪,৫ ফেব্ৰুৱাৰী'২০২৩ তাৰিখে অনুষ্ঠিত হবলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঙ্ঘ,দৰং জিলা...

যোগীঘোপাত মন্দিৰৰ কাষত থকা সুৰা বিপণীৰ বিৰুদ্ধে জিলা উপায়ুক্তক অভিযোগ ৰাজহুৱা শুনানি গ্ৰহণ আবকাৰী বিভাগৰ…

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কাবাইটাৰীত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা 'কলিতা এন্টাৰপ্ৰাইজ" সুৰাৰ বিপণীখনৰ বিৰুদ্ধে বঙাইগাঁও জিলা উপায়ুক্ত অভিযোগ দাখিল কৰাৰ পিছত বুধবাৰ দিনা...

Popular