অসম

এজন ৰিক্সাচালকৰ হাতত পিষ্টল। বিহাৰৰ অজয় প্ৰসাদে অপৰাধ কৰি পলায়ন কৰি আহিছিল গুৱাহাটীলৈ।

মহানগৰীত ৰিক্সাচালকৰ পৰা পিষ্টল জব্দ। পল্টনবজাৰ থানাই আটক কৰে ৰিক্সাচালকজনক। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে পল্টনবজাৰ আৰক্ষীয়ে। ধৃত ৰিক্সাচালকজনৰ নাম অজয় কুমাৰ প্ৰসাদ। অজয়...

“এজন শিক্ষকে কেনেকৈ চলাই আছিল ক’চিং চেণ্টাৰ?”-ভিক্টৰ দাস প্ৰসংগত সিদ্ধাৰ্থ ভট্টাচাৰ্য

ভিক্টৰ দাস প্ৰসংগত বিধায়কগৰাকীয়ে কয়, ‘‘এজন চৰকাৰী শিক্ষকে কেনেকৈ চলাই আছিল দুটাকৈ ক'চিং চেণ্টাৰ? সংবাদ মাধ্যমে এজন চৰকাৰী শিক্ষকে এনে কৰিব যে নোৱাৰে তাক...

দিন হাজিৰা কৰা পিতৃৰ সন্তানে লাভ কৰিলে অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ চাকৰি…

সদ্য ঘোষিত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ ধুবুৰী জিলাৰ গোলকগঞ্জৰ সহিদুল ইচলাম। দৰিদ্ৰতাক নেওচি নিজৰ লক্ষ্য স্থিৰ ৰাখি কষ্ট আৰু আপ্ৰান চেষ্টাৰে সফলতা...

কমলপুৰৰ কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এটি দূৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী

কমলপুৰ পঞ্চায়তৰ অন্তৰ্গত সোণেশ্বৰৰ বনিয়া চুবুৰীৰ কোনো চৰকাৰী আচনীয়ে ঢুকি নোপোৱা এটি দূৰ্ভগীয়া পৰিয়াল।স্বামী ঢুকুৱাৰ পিছত মিনতি বৈশ্য নামৰ মহিলাগৰাকীয়ে লোকৰ ঘৰত দিন হাজিৰা...

দুৰ্ভাগ্যজনক। ফটো মাৰিবলৈ অট্টালিকাৰ তৃতীয় মহলালৈ গৈছিল তাই। তাৰ পৰা সৰি পৰি ভাঙিল দেহৰ কেইবাডালো হাড়।

মহানগৰীৰ (Guwahati) চানমাৰিত (Chandmari) সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ফটো মাৰিবলৈ গৈ বিল্ডিঙৰ তৃতীয় মহলাৰ পৰা বাগৰি পৰে এগৰাকী যুৱতী (Girl Critically Injured After Falling From The 3th Floor...

Popular