অসম

মাজবাটত ভয়ংকৰ ঘটনা: ধনশ্ৰী নদী পাৰ হ’বলৈ গৈ স্বামী – স্ত্ৰীৰ সলিল সমাধি

ওদালগুৰি জিলাৰ মাজবাটৰ লালপানী আৰক্ষী চকী এলেকাৰ দলনি বস্তি নিবাসী জিতেন গোঁড় (৫০) আৰু তেওঁৰ পত্নী শান্তি গোঁড়ে (৪০) কালি আবেলি ধনশ্ৰী নদী পাৰ...

গুৱাহাটীত ‘পোহৰ’ৰ দশম সংস্কৰণ- ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফটোগ্ৰাফী প্ৰদৰ্শনী অনুষ্ঠান

গুৱাহাটীত ‘পোহৰ’ৰ দশম সংস্কৰণ- ৰাষ্ট্ৰীয় পৰ্যায়ৰফটোগ্ৰাফী প্ৰদৰ্শনী অনুষ্ঠিতগুৱাহাটী, ৮ ছেপ্টেম্বৰ: ফটোগ্ৰাফী ক্লাব অৱ আছাম (পিচিএ)ৰউদ্যোগত অনুষ্ঠিত ‘পোহৰ-২০২২’ৰ দশম বাৰ্ষিকী বিশেষসংস্কৰণ (প্ৰিণ্ট আৰু ডিজিটেল সংস্কৰণ)-...

সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষাত নগাঁৱৰ ডাছোৱানী ক্লাছেচৰ সফলতাৰ ধাৰা অব্যাহত।৬৫০ নম্বৰ লাভ কৰি মধ্যঅসমত উজলি উঠিল নীল আকাশ বৰদলৈ

প্রত্যেক বছৰৰ দৰে এই বছৰো সদ্যঘোষিত সৰ্বভাৰতীয় মেডিকেল প্রৱেশ পৰীক্ষাত(Neet) নগাঁৱৰ অগ্রনী শিক্ষানুষ্ঠান ডাছোৱানী ক্লাছেচ সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে । এইবাৰ শিক্ষা...

ভৃপেনদাৰ গীতেই আমাৰ বাবে বাণী, প্ৰেৰণা -সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত জালুকবাৰীৰ সমাধি ক্ষেত্রত ড০ ভূপেন হাজৰিকাৰ ৯৬তম জন্ম দিৱসত সাংস্কৃতিক মন্ত্রী বিমল বড়া

ভৃপেন হাজৰিকাৰ গীতেই হৈছে আমাৰ জীৱন যুঁজত আগুৱাই যোৱাৰ অমোঘ বাণী, প্ৰেৰণা।ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত জালুকবাৰীৰ ড০ভূপেন হাজৰিকা সমাধিক্ষেত্রত তেখেতৰ ৯৬তম জন্ম দিৱস...

শাৰদীয় দুৰ্গোৎসৱৰ আয়োজক সমিতিৰে কামৰূপ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক।সম্পূৰ্ণ শৃংখলাবদ্ধভাৱে পূজা আয়োজন কৰিবলৈ প্ৰশাসনৰ আহ্বান

সমাগত দূৰ্গা পূজা উদযাপন উপলক্ষে আজি কামৰূপ জিলাৰ সংহত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰা হয়। অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ সভাপতিত্বত আয়োজিত...

Popular