অসম

মিঞা মিউজিয়ামৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ অনুসূচিত জাতি ছাত্র সন্থাৰ

ৰাজ্যত সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা মিঞা মিউজিয়ামৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ অনুসূচিত জাতি ছাত্র সন্থাৰ। মিঞা মিউজিয়াম স্থাপনৰ বিৰুদ্ধে চৰকাৰক কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান...

পৰাধীন ভাৰতত অসমৰ এক অন্যতম চিনেমাগৃহ যোৰহাটৰ ঐতিহাসিক ইলি চিনেমাগৃহ মুকলি কৰিলে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে

Dolby Atmos ছাউণ্ড ছিষ্টেমেৰে সমৃদ্ধ মাল্টিপ্লেক্সটোত দুখন স্ক্ৰীনত দৰ্শকে চিনেমা উপভোগ কৰিব পাৰিব। অত্যাধুনিক ৰূপত গঢ়ি তোলা যোৰহাটৰ স্মৃতি বিজড়িত ইলি চিনেমাগৃহ আনুষ্ঠানিকভাৱে মুকলি কৰিলে...

দীপজ্যোতি দুৱৰীৰ ৬ বছৰীয়া যাত্ৰাৰ কষ্ট, ত্যাগ আৰু ধৈৰ্যৰ স্বৰূপ LUK_LAO

৬০০ বছৰ ৰাজত্ব কৰা আহোম সম্প্ৰদায়ৰ ৰাজকীয় পানীয় হিচাপে ৰহীৰ যথেষ্ট সমাদৰ আছে। এক কথাত ই হৈছে অসমৰ সংস্কৃতিৰ পৰম্পৰাগত অংশ । এই গৌৰৱক আপোনালোকৰ...

GMCৰ বোকা নিষ্কাশন কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ৯ বিষয়াক আদালতত হাজিৰ

এই কেলেংকাৰীত নাম সাঙোৰ খোৱাত গ্ৰেপ্তাৰ হৈছিল বাবুলাল শৰ্মা, আছিফ আহমেদ, এলিন বেগম, শংকৰ মেধি, হিৰণ্য বৰ্মন, দীনেশ জয়ছোৱাল, ৰমাকান্ত শইকীয়া, চিত্তৰঞ্জন দত্ত। বুধবাৰে...

বোকাখাটৰ নাহৰজান বাগিচাত স্বামীয়ে পেট্ৰ’ল ঢালি জ্বলাই দিলে পত্নীক

বোকাখাতৰ নাহৰজান চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা৷ বাগিচাৰ কামলৈ লগৰ মহিলাৰ সৈতে গৈ থকা অৱস্থাত স্বামীয়ে পথৰ ওপৰতে পেট্ৰ’ল ঢালি জ্বলাই দিলে পত্নীক৷ পাৰিবাৰিক কন্দলৰ...

Popular