অসম

নিমপুলি জী নুঠাত উচুপিল ডিমৌৰ প্ৰকৃতিপ্ৰেমী

 বৃক্ষ, পৰিৱেশ, প্ৰকৃতিৰ সৈতে গভীৰভাৱে আত্মীয়তা গঢ় লৈ উঠা এক আৱেগিক পৰিৱেশৰ সাক্ষী হৈ ৰ'ল হাতীবৰুৱা দেওশাল। শিৱসাগৰৰ জিলাৰ পাটসাঁকো দেওধাই আখৈয়া হাতীবৰুৱা দেওশালত...

বঙাইগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ আক্ৰাছুৰ দশম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন

 সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দশম দ্বি- বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত অনুষ্ঠিত হৈছে ৷ সদৌ বঙাইগাঁও জিলা আক্ৰাছুৰ উদ্যোগত আৰু...

টীয়কত আৰক্ষীৰ জালত দুধর্ষ ডকাইত বাবুল লাহন

 অৱশেষত আৰক্ষীৰ জালত পৰিল বিভিন্ন ঠাইত ডকাইতিৰে সন্তাহ সৃষ্টি কৰা দুধর্ষ ডকাইত বাবুল লাহন। শনিবাৰে নিশা টীয়ক আৰু লাহদৈগড় আৰক্ষীয়ে নিশা অভিযান চলাই আটক...

অসম আন্দোলনৰ শ্বহীদক অপমান কৰাৰ অধিকাৰ কাৰো নাই: তপন কুমাৰ গগৈ

কংগ্ৰেছী বিধায়ক শ্বেৰমান আলি প্ৰসংগত সৰৱ হৈ উঠিছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাক্তন ছাত্ৰনেতা তপন কুমাৰ গগৈ। বিধায়ক শ্বেৰমান আলিয়ে শ্বহীদক ঘাটক আখ্যা...

কাকপথাৰত সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত ‘গান্ধী জয়ন্তী’ পালন

অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰত সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ, কাকপাথৰ আঞ্চলিক সমিতিৰ উদ্যোগত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম দিনৰ লগত সংগতি...

Popular