অসম

খালিংদুৱাৰ সমষ্টিৰ এখন লেখত ল’ব লগিয়া বাঁহৰ দলং : যোৱা ৭৫ বছৰে দলং নিৰ্মাণৰ দাবী জনাই আহিছে চিনিপাৰা গাওঁ‌বাসীয়ে

স্বাধীনত্তৰ দিনৰে পৰা দলং নিৰ্মাণ দাবী জনাই আহিছে চেনিপাৰা বাসীয়ে।কিন্তু কোনে সুনিব চেনিপাৰা বাসীৰ কৰুণ কথা।"হয় !!চিনিপাৰা গাওবাসীৰ এটা দীৰ্ঘদিনিয়া সমস্যা।।পৰিত্ৰান বিছাৰী অসম চৰকাৰ...

খছ মহাসভা অসম কেন্দ্ৰীয় সমিতিৰ অভিৱৰ্তন সম্পন্ন

বিগত ২০১৮ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে ওদালগুৰি জিলাৰ গোলমাগাওঁ হাইস্কুলৰ সভাকক্ষত গঠন হোৱা খছ মহাসভা অসমৰ কেন্দ্ৰীয় সমিতিয়ে সেইবেলি খছ গোৰ্খা জাতিৰ জনজাতিকৰনৰ কাৰণে...

গোলাঘাট জিলাৰ ২৭ খন বিদ্যালয়ত প্ৰথমবাৰলৈ চাকৰিপ্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে আৰম্ভ হ’ল বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয় আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ৰ যৌথ উদ্যোগত জিলাখনৰ চাকৰিপ্ৰত্যাশী নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আজিৰে পৰা এলানি বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ...

গুৱাহাটীক চুলাইমুক্ত কৰাৰ লক্ষ্যৰে আৱকাৰী বিভাগৰ ধাৰাবাহিক অভিযান

গুৱাহাটী মহানগৰীক চুলাই মদ মুক্ত কৰাৰ লক্ষ্যৰে  আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত  গুৱাহাটী সদৰৰ আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ  কাৰ্যালয়ে বিগত সময়চোৱাত চুলাই মদৰ...

কলবাৰী মিলনজ্যোতি সংঘৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

বিটিআৰ ওদালগুৰি জিলাৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বগপুৰি ভিচিডিচিৰ অন্তৰ্গত দাৰোগাখাট কলবাৰী গাঁওৰ মিলনজ্যোতি সংঘৰ উদ্যোগত ২০২০-২১ বৰ্ষৰ দশম আৰু দ্বাদশ চুড়ান্ত পৰিক্ষাত...

Popular