অসম

অসম্পূৰ্ণ হৈ থকা কাৰ্য সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰ-অভিযন্তাক কঠোৰ সকীয়নি বৰপেটা জিলা উপায়ুক্তৰ

সুদীৰ্ঘ দিন ধৰি অৰ্দ্ধনিৰ্মিত অৱস্থাত থকা বৰপেটা জিলাৰ গোমাফুলবাৰী আৰু গোমাৰীগুৰী আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে...

বলীউডৰ ইচ্ছাধাৰী নাগ এতিয়া NCBৰ জিম্মাত

নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ দ্বাৰা সোধা-পোছা কৰি থকা বলীউড অভিনেতা অৰমান কোহলীক আজি ৰাতিপুৱা তেওঁৰ মুম্বাইৰ ঘৰৰ পৰা নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ...

মন কি বাত: নাগৰিকসকলক মহান ভাৰতীয় পৰম্পৰা আগবঢ়াই নিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

কৃষ্ণ জন্মাষ্টমীৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দেশবাসীক দেশৰ মহান পৰম্পৰাক আগুৱাই নিয়াৰ বাবে আহ্বান জনায়। তেওঁৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান...

নগৰবেৰাত বানৰ তাণ্ডৱ, বানপানীত প্লাৱিত হৈছে অঞ্চলটোৰ একাধিক গাওঁ

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাৰ একাধিক গাওঁ বানপানীৰ কবলত। শেহতীয়াকৈ বানপানীত প্লাৱিত হৈছে অঞ্চলটোৰ একাধিক গাওঁ-ৰাজপথ। ৰাজপথ জলমগ্ন হোৱাত ৰাইজৰ যাতায়তত বিপৰ্যয় নমাৰ...

নলবাৰীৰ ককয়াত কৃতী শিক্ষক তাৰিনীকান্ত বৰ্মনৰ স্মৃতিসভা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান

পশ্চিম নলবাৰী অঞ্চলৰ কৃতী শিক্ষক,প্ৰবীন নাট্যকৰ্মী, নাগাৰানামৰ পাঠক,সুবক্তা  তাৰিনীকান্ত বৰ্মনৰ পবিত্ৰ স্মৃতিত    ককয়া গাঁৱৰ কমাৰপাৰা চুবুৰীৰ বাসগৃহত 'পদাংক' নামৰ স্মৰনিকাখন আনুষ্ঠানিকভাবে উন্মোচন কৰা...

Popular