Breaking

বলীউডৰ ইচ্ছাধাৰী নাগ এতিয়া NCBৰ জিম্মাত

0 2,044

নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ দ্বাৰা সোধা-পোছা কৰি থকা বলীউড অভিনেতা অৰমান কোহলীক আজি ৰাতিপুৱা তেওঁৰ মুম্বাইৰ ঘৰৰ পৰা নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় । ড্ৰাগছ বিৰোধী সংস্থাটোৰ এটা দলে শনিবাৰে এজন মুখ্য ড্ৰাগ সৰবৰাহকাৰী অজয় ৰাজু সিঙক জেৰা কৰে , যি অবৈধ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আছিল। অভিযুক্ত অজয় ৰাজু সিঙৰ প্ৰাথমিক জেৰাৰ ভিত্তিত একেদিনাই এটা ফলো-আপ অভিযান আৰম্ভ কৰা হৈছিল। তথ্য অনুসৰি, এনচিবিৰ এটা দলে উপনগৰীয় আন্ধেৰীত থকা আৰমান কোহলীৰ ঘৰত তালাচী চলায় আৰু তেওঁৰ পৰা কোকেইন ড্ৰাগছ উদ্ধাৰ কৰে ।

Leave A Reply