Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
অসম
Assembly election 2026: গুৱাহাটীত আকৰ্ষণীয় হ’ব নিৰ্বাচনী যুঁজঃ আসন ৫খন, যোদ্ধা ২৬গৰাকী
Zubeen Garg Death Case: জুবিন গাৰ্গৰ হত্যাকাণ্ড গোচৰ ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ তৎপৰতা
উৎসাহ-উল্লাসেৰে ৮১৮ প্ৰাৰ্থীৰ মনোনয়ন দাখিল
বিনজপাছ নামেৰে এটি অনন্য প্ৰচেষ্টা আৰম্ভ কৰিছে লায়নছগেট প্লেই
অসম
দৈনন্দিন বাৰ্তা
-
August 6, 2021
অফাৰৰ বৰষুণ হৈছে আৰু ভাৰতৰ ষ্টাৰজ ও. টি. টি. ষ্ট্ৰিম সেৱা গ্লোবেল কণ্টেন্ত লীডাৰ লায়নছগেট প্লেই আটাইতকৈ অতুলনীয় চুক্তি "বিনজপাছ" ৰ আনুষ্ঠানিক ঘোষণা কৰি এক অভিনৱ প্ৰচেষ্টা কৰিছে। এই অভিনৱ অফাৰিংটোৱে লায়নছগেট প্লেৰ কিউৰেটেড লাইব্ৰেৰীটোৰ অপৰিসীম অনুমতি অবিশ্বাস্যভাৱে মাত্ৰ ৯ টকাত প্ৰদান কৰিছে। উপভোক্তাসকলে ৫ আগষ্ট, বৃহস্পতিবাৰৰ পৰা ৮ আগষ্ট দেওবাৰলৈ এই সীমিত সময়সীমাৰ বোনাঞ্জা উপলদ্ধি কৰিব পাৰে। ব্ৰেণ্ডটোৱে এই অসাধাৰণ সীমিত সময়সীমাৰ অফাৰটো প্ৰচাৰ কৰিবলৈ এটা বিচিত্ৰ টি. ভি. চি. ৰ বাবে অনন্যা পাণ্ডেক সন্মত কৰাইছে। অভিনেত্ৰীগৰাকীয়ে নৱপ্ৰজন্মক লায়নছগেট প্লে এপটো অন্বেষণ কৰিবলৈ আহ্বান জনাব। লায়নছগেট প্লেই নিয়মীয়াকৈ তেওঁলোকৰ লাইব্ৰেৰীটো চহৰীয় আৰু চকুজোৰা শ্ব' আৰু দৰ্শকসকলৰ বাবে সুকীয়াকৈ নিৰ্বাচিত কৰা চিনেমাৰে শক্তিশালী কৰি গৈছে। বিনজপাছ অফাৰটো উপভোক্তাসকলৰ বাবে এই সেৱাটো চেষ্টা কৰাৰ এক সুন্দৰ সুবিধা যদিহে তেওঁলোকে এতিয়ালৈকে চেষ্টা কৰা নাই! এই অফাৰটো উপলদ্ধ কৰিবলৈ www.lionsgateplay.com লৈ গৈ (বা এণ্ড্ৰইড/ আই. ও. এছ. এপটো ডাউনলোড কৰিব লাগিব) ই-মেইল আইডি/ নাম/ ফোন নম্বৰেৰে নিজকে পঞ্জীকৃত কৰিব লাগিব আৰু ৫ ৰপৰা ৮ আগষ্ট ২০২১ ৰ ভিতৰত ৯ টকা পৰিশোধ কৰিব লাগিব। উপভোক্তাগৰাকীয়ে এণ্ড্ৰইড এপ বা ব্ৰাউজাৰৰ সহায়ত লগ ইন কৰাৰ পিছত তেওঁলোকে স্মাৰ্ট টি. ভি., আই. ও. এছ. ডিভাইছৰ লগতে আন যিকোনো ডিভাইছ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিব পাৰে। সংগৃহীত সমলৰ বাবে বিখ্যাত লায়নছগেট প্লেই অলপতে সমালোচকৰদ্বাৰা সমাদৃত শীৰ্ষক যেনে নৰ্মেল পিপল, দা পেক্ট, ৰেথ অৱ মেন, দা গ'জ ৰং শ্ব', চিডিউছড: ইনচাইড এন. আই. এক্স. এম. কালট, দা গাৰ্লফ্ৰেণ্ড এক্সপিৰিয়েঞ্চ, হোম ইক'ন'ম ক্স আদিৰ প্ৰীমিয়াৰ কৰিছিল। উপভোক্তাসকলে সংগৃহীত চিনেমাৰ প্লেলিষ্টখনৰ জৰিয়তে ইণ্ডিয়াজ টপ 10, হোৱাট মিলেনিয়েলছ আৰ ৱাটচিং, বিনজ ৱৰ্থি বক্স ছেট, লায়নছগেট প্লে অৰিজিনেলছ, ফানি চাইড আপ, ডেট নাইট, বলিউড বিনজ এণ্ড থ্ৰীলাৰ, কুইনডম, টলিউড ব্লকবাষ্টাৰ আদি নিচা লগাকৈ চাব পাৰে। লায়নছগেটে প্ৰতি শুক্ৰবাৰে মুক্তি পোৱা শীৰ্ষকৰ জৰিয়তে আৰু দৰ্শকৰ পছন্দ অনুসৰি স্থানীয় কণ্টেন্তৰে ইয়াৰ কণ্টেন্ত লাইব্ৰেৰী বঢ়াই আছে। বৰ্তমান, প্লেটফৰ্মটোত ৬ টা স্থানীয় ভাষা যেনে হিন্দী, মাৰাঠী, তামিল, তেলেগু, কানাড়া আৰু ভোজপুৰীত কণ্টেন্ত উপলদ্ধ আছে। দক্ষিণ এছিয়াৰ এম. ডি. ৰোহিত জৈনে এই মুকলিৰ ওপৰত মন্তব্য কৰি কয় যে, " আমি আমাৰ দৰ্শকসকললৈ এই অসাধাৰণ সীমিত সময়ৰ অফাৰটো এক অতুলনীয় মূল্যত আগবঢ়াবলৈ পাই সুখী। বিনজপাছৰ সহায়ত আমি দেশৰ মিলিয়ন নতুন উপভোক্তাৰ ওচৰ পাবলৈ আৰু তেওঁলোকক লায়নছগেট প্লেৰ কিউৰেটড লাইব্ৰেৰীৰ জৰিয়তে উত্তম চিনেমাটিক অভিজ্ঞতা দিয়াৰ উদ্দেশ্যে লৈছোঁ। এই সীমিত সময়ৰ বিশেষ মূল্যৰ অফাৰটোৱে বহুতো নতুন আৰু নৱপ্ৰজন্মৰ দৰ্শকক আগতে নোপোৱা অতুলনীয় প্ৰীমিয়াম কণ্টেন্ত লাভ কৰিবলৈ সক্ষম কৰিব। লায়নছগেট প্লে হৈছে গোটেই বিশ্বৰ বিভিন্ন প্ৰকাৰ যেনে ড্ৰামা, এক্সন, হৰৰ, ৰোমাঞ্চ, কমেডি আৰু বহুতো উত্তম, নিৰ্ভক আৰু অত্যাধুনিক কণ্টেন্তৰ স্থল। সেৱাটোৰ বিভিন্ন ভাৰতীয় ভাষাৰ চিনেমা আৰু অতি সোনকালে আহিব লগীয়া কিছুমান অৰিজিনেল ভাৰতীয় প্ৰীমিয়ামৰ এক অভূতপূৰ্ব সংগ্ৰহ আছে। আমি আশাবাদী যে এই অফাৰটোৱে গোটেই ভাৰতৰ দৰ্শকৰ পৰা অভূত পূৰ্ব সহাঁৰি লাভ কৰিব।"
মৰাপাটৰ খেতি কৰি বিপদত চাপৰৰ চৰ অঞ্চলৰ একাংশ কৃষক
অসম
দৈনন্দিন বাৰ্তা
-
August 6, 2021
চাপৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ধীৰেৰচৰ গাঁও পঞ্চায়তৰ একাংশ কৃষকে মৰাপাট খেতি কৰি বিপদত পৰিছে। মৰাপাট বিলাক কাটি কাটি পথাৰত পেলাই থৈদেখা গৈছে। কিন্তু পানীৰ অভাৱত...
অসমৰ অন্যতম বন্যপ্ৰাণী সুৰক্ষাকৰ্মী ‘মনোজ গগৈ’
অসম
দৈনন্দিন বাৰ্তা
-
August 6, 2021
অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত এজন গুৰুত্বপূৰ্ণ ব্যক্তি হ'ল - কাজিৰঙাৰ বোকাগাঁৱ অঞ্চলৰ মনোজ গগৈ । ২০০৫ চনৰ পৰা মনোজ গগৈয়ে কাজিৰঙা বন্যপ্ৰাণী শাখাৰ...
ডবকাত আৰক্ষীৰ অভিযানত দুই ড্ৰাগছ সৰবৰাহকাৰী আটক
অসম
দৈনন্দিন বাৰ্তা
-
August 6, 2021
হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত ডবকা ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই আজি সন্ধিয়া দুই ড্ৰাগছ সৰবৰাহ কাৰীক আটক কৰা ঘটনাই চাঞ্চল্যৰ...
ওৰাং গ্ৰামীন বিকাশ বেংক পৰিচালক বদলিৰ দাবী
অসম
দৈনন্দিন বাৰ্তা
-
August 6, 2021
ওদালগুৰি জিলাৰ ওৰাং গ্ৰামীন বিকাশ বেংক পৰিচালক গৰাকীৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰাপ্ত অভিযোগ অনুসৰি দুগৰাকী বেংক মিএৰ জৰিয়তে পৰিচালক গৰাকীয়ে...
1
...
2,379
2,380
2,381
...
3,036
Page 2,380 of 3,036
Popular
মধ্য প্ৰাচ্যৰ যুদ্ধৰ ফলত বিশ্বজুৰি ইন্ধনৰ নাটনিঃ ইন্ধন ৰাহি কৰিবলৈ কোন দেশে গ্ৰহণ কৰিছে কেনে ব্যৱস্থা
দৈনন্দিন বাৰ্তা
-
March 25, 2026