অসম

নগাঁৱত সাংসদ গৌৰৱ গগৈৰ কভিড চিকিৎসাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ : এখন এম্বূলেঞ্চ দিয়াৰ ঘোষণা

"অসমত এতিয়াও পৰ্যাপ্ত নহয় কডিড ডেকচিন"গৌৰৱ গগৈ  নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত " ফাৰ্ম টু ফুড ফাউণ্ডেচন" আৰু "গুঞ্জৰ" নামৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত আৰু...

ঐতিহ্যমণ্ডিত বহৰি সত্ৰক যিকোনো উপায়ে সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পিযুষ হাজৰিকাৰ

ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই আজি বৰপেটা জিলাৰ বহৰিত উপস্থিত হৈ ব্ৰহ্মপুত্ৰ নৈয়ে সৃষ্টি কৰা ব্যাপক খহনীয়া জনিত পৰিস্থিতিৰ  পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয়।...

নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

 নগাঁও জিলা  বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখনৰ জুৰীয়াৰ দক্ষিণ খাটোৱাল অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়...

মাজুলীৰ বিৰিণাবাৰী অনাথ শিশু সকলৰ কাষত সদৌ মাজুলী জিলা ছাত্ৰ সন্থা

নামনি মাজুলীৰ বিৰিণাবাৰীৰ অনাথ শিশু কেইটাৰ খবৰ ল’বলৈ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দল তেওঁলোকৰ বাসগৃহত উপস্থিত হয়৷ সৰু অৱস্থাৰে পৰা দেউতাক...

টেঙাখাতত নৃশংস হত্যাকাণ্ড : ২ জন দোষীক গ্ৰেপ্তাৰ

 কৰোনা আতংকৰ মাজতেই ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানাৰ অধীনস্থ  কাছগাঁৱত যোৱা নিশা প্ৰায় ৮ মান বজাত সুৰামত্ত হৈ দুজন লোকে আন এজন লোকক কুঠাৰেৰে...

Popular