অসম

আন্তৰ্জাতিক টাইকোৱানডো খেলুৱৈ জ্ঞানদ্বীপ কলিতাৰ খেলুৱৈলৈ সাহাৰ্য :পূব নলবাৰী কচিং চেণ্টাৰৰ উল্লেখনীয় পদক্ষেপ

মহামাৰী ক'ৰোনা ভাইৰাচৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে বান্ধি দিয়া নীতি-নিয়মকে সৰোগত কৰি খেলুৱৈ সকল ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। ঘৰতে থাকি অনুশীলন চলাই আছে...

ধুবুৰী জিলাৰ মাটিফাটা শালকাটা পথ নিৰ্মাণত ব্যাপক অনিয়ম

ধুবুৰী জিলাৰ মাটিফাটা বজাৰৰ পৰা শালকাটা বজাৰলৈ ২.৫৫২ কিঃমিঃ ৰাস্তা ৫ বছৰৰ মেৰামতিৰ বাবে ২০১৮/১৯ বিত্তীয় বৰ্ষত গড়কাপ্তানী বিভাগৰ PMGSY আঁচনিৰ অধীনত ১৫.০৩ লাখ...

বহিৰাজ্যত কৰ্মৰত অসমৰ যুৱকৰ মৃতদেহ উদ্ধাৰ ৷

পৰিয়ালৰ লোকৰ পৰা জানিব পৰামতে বোকাজান মহকুমাৰ অন্তৰ্গত ৩ নং হলৌখোৱা কলিয়াবিলৰ দেৱৰাজ চবৰৰ দ্বিতীয় পুত্ৰ জিম্বু চবৰ নামৰ ২৭ বছৰীয়া যুৱক জনে বিগত...

মৰিগাঁৱৰ জালুগুটিত বৃহৎ পৰিমাণৰ ড্ৰগছ সহ ড্ৰাগছ ব্যৱসায়ী ইকবাল ইছেইনক আটক ৷

আজি পুৱাই মৰিগাঁৱৰ জালুগুটিত চলিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ জিলাখনৰ সৰ্বত্ৰে ড্ৰাগছে ভয়াৱহ ৰূপ ধাৰণ কৰা সময়তে মৰিগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম...

স্বাধীনতাৰ ৭৪ বছৰ পিছতো তামুলপুৰৰ কাউলীতমটঙা নৈৰ ওপৰত নহ’ল এখন দলং।

দেশ স্বাধীন হোৱাৰ ৭৪ বছৰ পিছতো ভূটান সীমান্তৰ কুমাৰীকাটা- কাউলী গড়কাপ্তানী পথৰ মাজেৰে বৈ যোৱা মটঙা নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ নকৰাত সম্প্ৰতি...

Popular