অসম

Utpal Baruah: ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে উৎপল বৰুৱাক শপত বাক্য পাঠ ৰাজ্যপালৰ

ৰাজভৱনত অনুষ্ঠিত এক গুৰু-গম্ভীৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ(Utpal Baruah)প্ৰসাদ আচাৰ্যই উৎপল বৰুৱাক ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰোৱায়৷

Israel–Iran conflict: বন্ধ আকাশমাৰ্গ, ইৰাণত আৱদ্ধ কমেও ১০ হাজাৰ ভাৰতীয় ছাত্ৰ

ইৰাণ-ইজৰাইল সংঘাতে৷ কিন্তু সংঘাত বন্ধ হোৱা নাই। ইৰাণত ইজৰাইলৰ আক্ৰমণত কমেও ২২৪জন লোকৰ মৃত্যু হৈছে৷(Israel–Iran conflict)

Ahmedabad Plane Crash: আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ভাৰতৰ আকাশত মৃত্যুৰ কিৰিলি

এই অবাঞ্ছিত মুহূৰ্ততেই হঠাতে আহমেদাবাদৰ আকাশত হেৰাই গ'ল ২৫০গৰাকী বিমান যাত্ৰী। বৃহস্পতিবাৰে ঘটি গ'ল সেই অবৰ্ণনীয়, অকল্পনীয় অঘটনটো।(Ahmedabad Plane Crash)

Jayanta Bhagawat: বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী গুৰুতৰভাৱে অসুস্থ

বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী গুৰুতৰভাৱে অসুস্থ।(Jayanta Bhagawat)প্ৰবীণ অভিনেতা জয়ন্ত ভাগৱতী আৰ্থিক সংকটত ভুগিছে। সকলোৱে প্ৰাৰ্থনা কৰক,সহায় কৰক যাতে সুস্থ হৈ উঠে বিশিষ্ট জয়ন্ত ভাগৱতী।

গংগা নদীত অভ্যন্তৰীণ জলপথ পৰিবহণ উন্নয়নৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কি কি বৃহৎ ঘোষণা কৰিলে ! Sarbananda Sonowal

১৬ জুন, ২০২৫ । Sarbananda Sonowal দেশৰ অভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডত এক নতুন অধ্যায় সূচনা কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গংগা নদীত (ৰাষ্ট্ৰীয় জলপথ-১) ভৱিষ্যৎ পৰিকাঠামো আৰু ক্ৰুজ পৰ্যটনৰ সম্ভাৱনাক ধৰি কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ আৰু প্ৰকল্পৰ ঘোষণা কৰে।

Popular