অসম

২৬ মাৰ্চত নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰহালৈ আহিব অমৃত শ্বাহ : তদাৰকত ব্যস্ত মন্ত্ৰী পীয়ুষ হাজৰিকা

ৰহাত ক্ৰমাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ৰহা সমষ্টিত ইতিমধ্যে মিত্ৰজোঁট আৰু মহাজোঁটে ব্যাপক প্ৰচাৰ চলাই আছে যদিও প্ৰচাৰৰ ক্ষেত্ৰত আগবাঢ়ি...

‘মই ৰাজনীতিবিদ হ’ব নিবিচাৰো’- অভিনেত্ৰী কংগনা ৰানাৱাত !

ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰীগৰাকীয়ে মঙবাৰে নিশা মুক্তি পাবলগীয়া ছবি 'থাইলেণ্ডিভি'ৰ ট্ৰেলাৰ মুকলি অনুষ্ঠানত কয় -যদি মই দেশ, জাতীয়তাবাদ , কৃষক অথবা কৃষি আইনৰ বিষয়ে...

বকোত কোনে পিন্ধিব বিজয়ৰ মুকুট, কংগ্ৰেছ, অগপ আৰু তৃণমূল কংগ্ৰেছৰ মাজত ত্ৰিকোণীয়া যুজ

অহা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া অসম বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এনে অৱস্থাত ৰাজ্যৰ বিভিন্ন সমষ্টিৰ লগতে ৪৮ নং...

পলাশবাৰী মণিয়েৰী তিনিয়ালীৰ ৰেল গেটৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ

পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মণিয়েৰী তিনিআলী ৰেলগেটৰ নিচেই কাষত যোৱা  ২৩ মাৰ্চত ৰাতিপুৱা ৭.৩০ মান বজাত উদ্ধাৰ হয় এটা অচিনাক্ত যুৱকৰ মৃতদেহ। নীলা ৰঙৰ...

৩০ এপ্ৰিললৈকে ভাৰতত স্থগিত থাকিব ইণ্ট’১ বিমান সেৱা

বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ'না ভাইৰাছৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অসামৰিক বিমান পৰিবহণ সঞ্চালকে বণিজ্যিক, আন্তৰ্জাতিক বিমান চলাচলৰ স্থগিতাদেশৰ ম্যাদ ৩০ এপ্ৰিললৈকে বৃদ্ধি কৰিছে...

Popular