অসম

ডবকাত ধান ক্ৰয় কেন্দ্ৰ পুনৰ মুকলিৰ দাবীত কৃষক ৰাইজৰ উত্তাল প্ৰতিবাদ

একাংশ দুষ্ট প্ৰকৃতিৰ লোকৰ অপপ্ৰচাৰত ডবকাৰ চাংমাজি পথাৰত থকা ধান ক্ৰয় কেন্দ্ৰটোত ধান ক্ৰয় প্ৰক্ৰিয়া বন্ধ ৰাখিছে প্ৰশাসনে ৷ দুষ্ট চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ...

শ্মশানত মৃতদেহ দাহ কৰিবলৈ আহি মৃত্যু ২৫জনৰ

দেওবাৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ মুৰাদনগৰৰ এখন শ্মশানৰ মূধচ খহি পৰাত মৃত্যুৰ মুখত পৰে ২৫জন লোক। লগতে ১৫জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে...

হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা : এইবাৰ ছাত্ৰীয়ে পাব প্ৰতিদিনৰ ক্লাছৰ বাবদ ১০০ টকা !

ৰাজ্যৰ শিক্ষাৰ্থীলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা । ৰাজ্যৰ প্ৰতিগৰাকী ছাত্ৰীয়ে প্ৰতিদিনে স্কুল-কলেজলৈ যোৱা বাবদ ১০০ টকাকৈ প্ৰদান কৰাৰ ইচ্ছা প্ৰকাশ কৰে মন্ত্ৰী...

হোজাইত প্ৰজ্ঞান ভাৰতীৰ অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান

হোজাইৰ শংকৰদেৱ নগৰ কাছাৰী ময়দানত অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতীৰ অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান । উক্ত অনুষ্ঠানত ৬৩৪ গৰাকী ছাত্ৰীক স্কুটি বিতৰন কৰা...

বিলাসীপাৰাত দৰিদ্ৰ জনতাৰ মাজত জোনাকী এছোছিয়েছনৰ কম্বল বিতৰণ

পশ্চিম অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত মানুহ মানুহৰ বাবে  এক সুস্থ সমাজিক -সাংস্কৃতিক আৰু শৈক্ষিক আঞ্চলিক সেচ্ছাসেৱী সন্থা জোনাকী এছোছিয়েছনৰ সম্পাদক, মস্তাফিজুৰ ৰহমান আৰু লগতে...

Popular