অসম

Shrinkhal Chaliha: শৃংখলক সাক্ষাৎ কৰিবলৈ নিদিলে লুৰিণজ্যোতি গগৈক

ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সোমাব নিদিলে লুৰিণজ্যোতি গগৈক।(Shrinkhal Chaliha)আটক শৃংখল চলিহাক সাক্ষাৎ কৰিব গৈছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ।

Indian delegations meet Japan, UAE: পাকিস্তানক শলঠেকত পেলাবলৈ সংযুক্ত আৰব গণৰাজ্য, জাপানত ভাৰতৰ প্ৰতিনিধি দল, দুয়োখন দেশৰ বিষয়াৰ সৈতে বৈঠক

পাকিস্তানৰ বিৰুদ্ধে(Indian delegations meet Japan, UAE) প্ৰচাৰ চলাবলৈ ইতিমধ্যে ভাৰতৰ এটা প্ৰতিনিধি দল সংযুক্ত আৰব গণৰাজ্যত আৰু আন এটা দলে জাপানত উপস্থিত হৈছে।

Kakopathar News: ভাৰ উত্তোলনত শক্তি প্ৰদৰ্শনেৰে কাকপথাৰৰ যুৱকৰ সোনৰ পদক অৰ্জন

ভাৰ উত্তোলনত শক্তি প্ৰদৰ্শনেৰে(Kakopathar News)কাকপথাৰৰ যুৱকৰ সোনৰ পদক অৰ্জন৷ অসম পাৱাৰ লিফটিং এচোছিয়েশ্যনৰ তত্বাৱধানত গুৱাহাটীত অনুষ্ঠাত সদৌ অসম আন্ত জিলা মাষ্টাৰ্চ প্ৰতিযোগিতাত এই সফলতা৷

Shrinkhal Chaliha: গুলি মাৰক, বুকু পাতি দিম…: শৃংখল চলিহাক আটক

শৃংখল চলিহাক আটক৷ ডিমৌৰ পৰা আটক আৰক্ষীৰ৷(Shrinkhal Chaliha)দুলীয়াজানলৈ গৈ থকাৰ সময়তে ডিমৌত আটক শৃংখল চলিহাক।ডিমৌত শিৱসাগৰ আৰক্ষীয়ে আটক কৰে শৃংখল চলিহাক।

Duliajan News: এটা পেট্ৰ’ল পাম্পে ৰাজনৈতিক কেৰিয়াৰ ডুবাব নেকি বিধায়ক তেৰছ গোৱালাৰ! শংকৰজ্যোতি বৰুৱাৰ উত্থানত শংকিত হৈছে কোন?

এটা পেট্ৰ’ল পাম্পে ৰাজনৈতিক ডিঙা ডুবাব নেকি বিধায়ক তেৰছ গোৱালাৰ! শংকৰজ্যোতি বৰুৱাৰ উত্থানত শংকিত হৈছে কোন?(Duliajan News)

Popular