Breaking

Browsing Category

অসম

আৰক্ষীত নিযুক্তিৰ নথি কেলেংকাৰি: আন এজন অভিযুক্তৰ আত্মসমৰ্পণ

পূৰ্বে গ্ৰেপ্তাৰ হোৱা ২১ অভিযুক্ত CIDৰ জিম্মাতে আছিল।  আৰক্ষীত নিযুক্তিৰ নথি কেলেংকাৰিৰ আন এজন অভিযুক্তৰ আত্মসমৰ্পণ। চি আই ডিৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে ধিঙৰ আজিজুৰ ৰহমান নামৰ এজন প্ৰাৰ্থীয়ে। উল্লেখ্য, ২৩ ছেপ্টেম্বৰত নিযুক্তি
Read More...

নলবাৰী সদৰ আৰক্ষী থানালৈ অনা হ’ল ইতিপূৰ্বে ধৃত দুই জেহাদীক

এই জেহাদীকেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই মিয়া মিউজিয়ামৰ লগত জড়িত এই তিনিজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। নলবাৰী সদৰ আৰক্ষী থানালৈ অনা হ'ল ইতিপূৰ্বে ধৃত দুই জেহাদী আবু ৰেইহান আৰু হাবেল আলীক। কিছুদিন পূৰ্বে দুয়োকে ঘগ্ৰাপাৰ
Read More...

মিঞা মিউজিয়ামৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ অনুসূচিত জাতি ছাত্র সন্থাৰ

ৰাজ্যত সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা মিঞা মিউজিয়ামৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ অনুসূচিত জাতি ছাত্র সন্থাৰ। মিঞা মিউজিয়াম স্থাপনৰ বিৰুদ্ধে চৰকাৰক কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনায় সংগঠনটোৱে। সংগঠনটোৱে কয়– অসমীয়াৰ সমাজ
Read More...

পৰাধীন ভাৰতত অসমৰ এক অন্যতম চিনেমাগৃহ যোৰহাটৰ ঐতিহাসিক ইলি চিনেমাগৃহ মুকলি কৰিলে জনপ্ৰিয় শিল্পী…

Dolby Atmos ছাউণ্ড ছিষ্টেমেৰে সমৃদ্ধ মাল্টিপ্লেক্সটোত দুখন স্ক্ৰীনত দৰ্শকে চিনেমা উপভোগ কৰিব পাৰিব। অত্যাধুনিক ৰূপত গঢ়ি তোলা যোৰহাটৰ স্মৃতি বিজড়িত ইলি চিনেমাগৃহ আনুষ্ঠানিকভাৱে মুকলি কৰিলে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। পৰাধীন ভাৰতত
Read More...

দীপজ্যোতি দুৱৰীৰ ৬ বছৰীয়া যাত্ৰাৰ কষ্ট, ত্যাগ আৰু ধৈৰ্যৰ স্বৰূপ LUK_LAO

৬০০ বছৰ ৰাজত্ব কৰা আহোম সম্প্ৰদায়ৰ ৰাজকীয় পানীয় হিচাপে ৰহীৰ যথেষ্ট সমাদৰ আছে। এক কথাত ই হৈছে অসমৰ সংস্কৃতিৰ পৰম্পৰাগত অংশ । এই গৌৰৱক আপোনালোকৰ বাবে বিজ্ঞানসন্মত তথা যথেষ্ট পৰিষ্কাৰ পৰিবেশত প্ৰস্তুত কৰি পৌৰাণিক পদ্ধতিৰ কিছু সালসলনি
Read More...

GMCৰ বোকা নিষ্কাশন কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ৯ বিষয়াক আদালতত হাজিৰ

এই কেলেংকাৰীত নাম সাঙোৰ খোৱাত গ্ৰেপ্তাৰ হৈছিল বাবুলাল শৰ্মা, আছিফ আহমেদ, এলিন বেগম, শংকৰ মেধি, হিৰণ্য বৰ্মন, দীনেশ জয়ছোৱাল, ৰমাকান্ত শইকীয়া, চিত্তৰঞ্জন দত্ত। বুধবাৰে আটাইকে আদালতত হাজিৰ কৰোৱা হয়৷ গুৱাহাটী পৌৰ নিগমৰ বোকা নিষ্কাশন
Read More...

বোকাখাটৰ নাহৰজান বাগিচাত স্বামীয়ে পেট্ৰ’ল ঢালি জ্বলাই দিলে পত্নীক

বোকাখাতৰ নাহৰজান চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা৷ বাগিচাৰ কামলৈ লগৰ মহিলাৰ সৈতে গৈ থকা অৱস্থাত স্বামীয়ে পথৰ ওপৰতে পেট্ৰ’ল ঢালি জ্বলাই দিলে পত্নীক৷ পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ৷ বাগিচাখনৰ ৩নং
Read More...

অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত টংলাৰ স্বামী-স্ত্ৰী

মঙলবাৰে নিশা টংলাত সংঘটিত গুলীচালনাৰ ঘটনাই চৌদিশে চাঞ্চল্যকৰ বিৰাজ কৰিছে। জানিব পৰা মতে, মুখত কাপোৰ বান্ধি অহা চাৰি অচিনাক্ত যুৱকে কালি নিশা প্ৰায় এঘাৰ বজাত ব্যৱসায়ী গৌতম বৰুৱাৰ ঘৰৰ দৰ্জা ভাঙি প্ৰৱেশ কৰি তেওঁৰ লগতে পত্নী ববিতা বৰুৱাৰ
Read More...

বেবেজীয়াত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ এজনক, চিকিৎসালয়ত মৃত্যু

আৰক্ষীয়ে ব্যক্তিজনৰ আচল পৰিচয়, ঘৰৰ ঠিকনা আৰু পৰিয়ালৰ লোকক বিচাৰি নোপোৱাত মৃতদেহটো চমজাই দিব পৰা নাই। বেবেজীয়াৰ বাথাংই গাঁওত সোমবাৰে দীপাৱালীৰ সন্ধিয়া বেবেজীয়া আৰক্ষীয়ে মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰিলে এজন ব্যক্তিক। আৰক্ষী
Read More...

জেহাদীৰে যোগসূত্ৰ আছে মিঞা পৰিষদৰ দুই নেতাৰ লগতে তানু ধাদুমিয়াৰ-নলবাৰী আৰক্ষী অধীক্ষকে

সম্প্ৰতি তিনিওজনকে পৃথকে পৃথকে জেৰা অব্যাহত ৰাখিছে নলবাৰী আৰক্ষীয়ে। মিঞা মিউজিয়াম স্থাপনক লৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজন লোকক। ইতিমধ্যে গোৱালপাৰাৰ লক্ষীপুৰত মিঞা মিউজিয়াম স্থাপন কৰা অসম মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহৰ আলী আৰু
Read More...