Breaking

Browsing Category

অসম

মিঞা পৰিষদৰ উপ-সভাপতি আব্দুল বাতেন শ্বেখক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ পৰিয়ালৰ লোকৰ।

মিঞা পৰিষদৰ উপ–সভাপতি আব্দুল বাতেন শ্বেখৰ গ্ৰেপ্তাৰত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ পালে মিঞা পৰিষদে, কি ক’লে পৰিয়ালে? মিঞা পৰিষদৰ নেতাৰ স্পষ্ট মন্তব্য, ‘অসমৰ মুখ্যমন্ত্ৰী যথেষ্ট শিক্ষিত মানুহ, আৰু আমাৰ তেওঁৰ ওপৰত আস্থা আছে, আমি ন্যায়
Read More...

‘‘মুখ্যমন্ত্ৰীয়ে আৰু বিজেপিয়ে মিঞা জাতিটোক কেতিয়াও ভৱিষ্যতৰ দিনত প্ৰশ্ৰয় নিদিয়ে।” -দিগন্ত…

মিঞা শব্দটো নাইকীয়া কৰিবৰ বাবে মিঞা মিউজিয়াম বন্ধ কৰি অসম চৰকাৰে সঠিক সিদ্ধান্ত লৈছে -দিগন্ত কলিতা মিঞা বুলি কোনো জাতি নাই। বৰ অসম কোনোবাই জুই লগালে, এই জুই আমি লাগিব নিদিওঁ। এই জুই নুমাবল চেষ্টা কৰিম আমি। মিঞা শব্দটো নাইকীয়া কৰিবৰ
Read More...

বগীবিল দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা; দুখন ৪ চকীয়া বাহন আৰু এখন বাইকৰ মাজত প্ৰচণ্ড খুন্দা; বাইক আৰোহীজনৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয় বগীবিল দলঙত (Bogibeel Bridge) এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয় বগীবিল দলঙত (Bogibeel Bridge)। দুখন চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষত এজন লোক
Read More...

চৰাইদেউ বাতৰিৰ দ্বাদশ বৰ্ষপুৰ্তি আৰু বটা প্ৰদান অনুষ্ঠান সম্পন্ন…

সাংবাদিকে বিচাৰকৰ ভূমিকা লোৱাতো যুক্তি সংগত নহয় -জিতু শৰ্মা ৰাজখোৱা: বিশেষ প্ৰতিবেদক চৰাইদেউ :সাম্প্রতিক সময়ত সংবাদ পত্রলৈ প্ৰত্যহবান আহিছে। সংবাদ পত্রৰ প্ৰতি সাধাৰণ জনতাৰ 'বিশ্বাস যোগ্যতা' পৰ্য্যায় ক্রমে হ্রাস পোৱাৰ কাৰণ হৈছে একাংশ
Read More...

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা‌‌ই জনতা ভৱনত “লাচিত বৰফুকন এপ আৰু শীৰ্ষক এটা প’ৰ্টেল…

আই অসমীৰ সৰ্বকালৰ অন্যতম মহান পুত্ৰ মহাবীৰ লাচিত বৰফুকনৰ আগন্তুক ৪০০সংখ্যক জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা‌‌ই lachitbarphukan.assam.gov.in শীৰ্ষক এটা প’ৰ্টেল আৰু Lachit Barphukan নামেৰে এটা এপ
Read More...

”সৃষ্টি এক অবিৰত যাত্ৰা” NGO ৰ প্ৰশংসনীয় পদক্ষেপ । দীপাৱলীত ব্যৱহৃত কলপুলি সমূহ হাতীৰ…

A day with Elephants শীৰ্ষক কাইলৈ তৃতীয় বাৰৰ বাবে নলবাৰী জিলাৰ পৰা নিব লগা দীপাৱলীত ব্যবহৃত কলপুলি সমূহ মানাহ ৰাষ্ট্ৰীয় উদ্যানত থকা হাতী সমূহলৈ আহাৰ হিচাপে নিয়াৰ বাবে প্ৰস্তুতি চলি আছে ।
Read More...

বিজেপি নেতা সুকুমাৰ বিশ্বাসৰ দেহাৱসান

ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ প্ৰাক্তন সম্পাদক, বৰ্তমান অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ উপাধ্যক্ষ, সদৌ অসম বাঙালী যৌথ মঞ্চৰ সভাপতি তথা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ মুখ্য উপদেষ্টা সুকুমাৰ বিশ্বাসৰ দেহাৱসান। যোৱানিশা ১২.১৫
Read More...

কাইলৈ কংগ্ৰেছৰ সভাপতি ৰূপে দায়িত্ব চম্ভালিব মল্লিকাৰ্জুন খাৰ্গেই; অসম প্ৰদেশ কংগ্ৰেছৰ অভিনন্দন

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নৱনিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কাইলৈ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব কাৰ্যভাৰ। আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত ৰাজ্যৰ কংগ্ৰেছৰ এটা শীৰ্ষ নেতাৰ দলে ১০ ৰাজাজী মাৰ্গৰ খাৰ্গেৰ বাসগৃহত
Read More...

নিশা শুই থকাৰ সময়তে কিশোৰীৰ মূৰত লাগিল গুলী, ICUত ভৰ্তি;ডিব্ৰুগড়ত চাঞ্চল্য

বৰ্তমান ICUত চিকিৎসাধীন ছাত্ৰীগৰাকী। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। ডিব্ৰুগড়ৰ লাহোৱাল পাত্ৰ গাঁৱত চাঞ্চল্যকৰ ঘটনা। নিশা শুই থকা অৱস্থাতে কিশোৰীৰ মূৰত লাগিল গুলী। নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ নাম প্ৰাৰ্থনা গগৈ। ততাতৈয়াকৈ AMCHত
Read More...

ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত ‘অসমীয়া বাতৰি’ৰ সম্প্ৰচাৰ বন্ধ; প্ৰতিবাদত ভাৰতীয় গণনাট্য…

সোণেশ্বৰ নৰহে অসমৰ সকলো শ্ৰেণী সচেতন নাগৰিকক মাৰবান্ধি প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়। অসমৰ সাংস্কৃতিক-বৌদ্ধিক কৰ্ষণৰ ভেটি তথা ঐতিহাসিক প্ৰাণকেন্দ্ৰস্বৰূপ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰে "অসমীয়া বাতৰি" সম্প্ৰচাৰ বন্ধৰ জাননী
Read More...