Breaking

Browsing Category

অসম

ৰঞ্জন দৈমাৰীক আদালতে দিয়া ৰায়ৰ প্ৰতি ক্ষুদ্ধ হৈ স্তব্ধ ওদালগুৰি জিলা

পুনৰ প্ৰতিবাদত উত্তাল হল বড়ো ভূমি।অসম চৰকাৰে বিটিচি অঞ্চলত স্থায়ী শান্তি ঘূৰাই অনাৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেয়া যেন এতিয়া ফুটুকাৰ ফেনলৈ ৰূপান্তৰ হৈছে। বিটিচিত ডেৰ বছৰ আগতে শান্তি চুক্তি হোৱাৰ পাছত পোন প্ৰথম বাৰৰ বাবে বুধ বাৰে পুনৰ
Read More...

বিশ্ব জলাতংক দিৱস৷ বিশ্ব জলাতংক দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথ চাৰিআলিত পশুপালন বিভাগ আৰু স্বাস্থ্য…

আজি বিশ্ব জলাতংক দিৱস৷বিশ্ব জলাতংক দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথ চাৰিআলিত পশুপালন বিভাগ আৰু স্বাস্থ্য বিভাগ যুটীয়া ভাৱে আয়োজন কৰিলে বিনামুলীয়া এন্টি ৰেবিজ ভেকচিন কেম্প আৰু সজাগতা সভা৷ বিশ্বনাথ চাৰিআলিৰ লেহুগাওস্থীত পশু চিকিৎসালয়ত  ১৫০ টাকৈ
Read More...

আমিনগাঁৱত “বৰ অসম বাৰ্তা”ৰ শাৰদীয় সংখ্যা উন্মোচন

আমিনগাঁৱত "বৰ অসম বাৰ্তা"ৰ শাৰদীয় সংখ্যা উন্মোচন ।নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ’ৰামৰ উদ্যোগত প্ৰকাশিত সাপ্তাহিক কাকত “বৰ অসম বাৰ্তা” । “বৰ
Read More...

ৰঞ্জন দৈমাৰীক আদালতে দিয়া ৰায়ৰ প্ৰতি ক্ষুদ্ধ হৈ স্তব্ধ গোসাইগাঁও মহকুমা

এন ডি এফ বিৰ স্বয়ম্ভু সেনাধ্যক্ষ ৰঞ্জন দৈমাৰীক ২০০ ৮ বৰ্ষৰ ৩০ অক্টোবৰত ৰাজ্যত ধাৰাবাহিক বোমা বিস্ফোৰণৰ লগত জড়িত থকাৰ অপৰাধত নিম্ন আদলতে যাবজ্জীৱন কৰা দণ্ডিত কৰে ৷আদালতৰ ৰায়ৰ প্ৰতি ক্ষুদ্ধ হৈ আজি ৰাতিপুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ২৪
Read More...

মিছোৰ পৰা অনলাইনত অৰ্ডাৰ দিছিল এটা ড্ৰ’ন কেমেৰা! আহিলে ১০টা আলু…

মীশোৰ পৰা অনলাইনত ড্ৰোন কেমেৰাৰ অৰ্ডাৰ দিলে বিহাৰৰ লোকে। পাৰ্চেলটো ঘৰ পোৱাৰ লগে লগে তেওঁৰ সন্দেহ হ’ল হাতত ধৰাৰ লগে লগে। ডেলিভাৰী বয়ৰ পৰা পেকেটটোও খুলিবলৈ দিলে। ভিতৰৰ পৰা কি ওলাল আপোনালোকে নিজেই দেখিছে…Man Recieve Potato Instead Of Drone:
Read More...

লখিমপুৰৰ তেলীয়াপথাৰ ঘণচৰাই অঞ্চলৰ ভীমপৰা – ন আলী মথাউৰিৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীয়ূষ…

বিগত কিছুদিন ধৰি লখিমপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত তেলীয়াপথাৰ ঘণচৰাই অঞ্চলত সোৱনশিৰি নদীয়ে ভীমপৰা - ন আলী মথাউৰিত খহনীয়াৰ সৃষ্টি কৰি বিস্তৰ ক্ষতি কৰিছে ।
Read More...

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু,উত্তপ্ত পৰিস্থিতি

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাত আৰক্ষীৰ জিম্মাত আচামীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি । গৌৰীসাগৰ আৰক্ষী থানাৰ সমীপত কালি বিয়লি পুতুল দাস নামৰ এজন ব্যক্তিৰ AS 04 H 8430 নম্বৰৰ
Read More...

বিয়া পাতিলে নেকি ইউটিউবাৰ ডিম্পু বৰুৱাই । দৰাৰ সাজত ডিম্পু।

বৰ্তমান সময়ত জনপ্ৰিয় ইউটিউবাৰ সকলৰ ভিতৰত অন্যতম হ'ল ডিম্পু বৰুৱা। ইউটিউবৰ জৰিয়তে অসমবাসীৰ অতি আপোনা হৈ পৰিছে ডিম্পু বৰুৱা। ডিম্পুৰ প্ৰতিটো ভিডিঅ’তে এতিয়া লাখ লাখ ভিউজ। ডিম্পুৰ ভিডিঅ’ মানেই ভাইৰেল। কিন্তু এই সকলোবোৰৰ আঁৰত আছে
Read More...

ডি বি এইচ আৰ জি এফ টি আইত সাংস্কৃতিক মন্ত্রী বিমল বড়াই উন্মোচন কৰিলে ‘বৈচিত্র’ শীর্ষক…

ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিশন প্ৰতিষ্ঠান (ডি বি এইচ আৰ জি এফ টি আই)ত আজি আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা,উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই 'বৈচিত্র' শীর্ষক
Read More...

সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয় স্থানান্তকৰণকলৈ কৰ্মী আৰু সহায়িকা সকলৰ মাজত হাহাকাৰ

মৰিগাঁও জিলাৰ লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ যাৱতীয় আচবাব পত্ৰ সা সামগ্ৰী আজি কোনো কৰ্মী সহায়িকাক অৱগত নকৰি আজি দিনৰ ১ বজাত কাৰ্যালয়ৰ গাননিক বিষয়া ৰণ্টু ঠাকুৰীয়া উপস্থিত কাৰ্যালয় খালী কৰে ।উল্লেখ্যযে কৰ্মী সহায়িকাক অৱগত
Read More...