Breaking

Browsing Category

অসম

বৰক্ষেত্ৰীৰ ৰামপুৰত জন আৰোগ্য সমিতি গঠন

নলবাৰী জিলাৰ মুকালমুৱা সামূহিক চিকিৎসালয়ৰ অন্তৰ্গত তথা দৌলাশাল ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ৰামপুৰ উপ স্বাস্থ্য কেন্দ্ৰত আজি জন আৰোগ্য সমিতি গঠন কৰাৰ উদ্দেশ্যে এখন সাধাৰণ সভা অনুষ্ঠিত হয় ৷ উপ স্বাস্থ্য কেন্দ্ৰৰ চি. এইছ. অ'
Read More...

ধেমাজি বালিকা মহাবিদ্যালয়ৰ আছুৰ সৰ্মথিত প্ৰাথীৰ বৃহৎ জয়লাভ

ধেমাজি জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান ধেমাজি বালিকা মহাবিদ্যালয়ৰ ২০২২-২০২৩ শিক্ষাবৰ্ষৰ ছাত্ৰী একতা সভা নিৰ্বাচনত সভানেত্ৰী , সাধাৰণ সম্পাদিকাকে ধৰি প্ৰতিটো পদতে আছু সৰ্মথিত প্ৰাথীয়ে জয়লাভ কৰে । সাধাৰণ সম্পাদিকা পদত লাকী দত্ত আৰু সাংস্কৃতিক
Read More...

নয়না শইকীয়াই গৌৰাম্বিত কৰিলে ডিগবৈ মহাবিদ্যালয়ক, এন এছ এছ স্বেচ্ছাসেৱক ৰাষ্ট্ৰপতি বঁটা লাভ

টিংৰাই মেধাৱী ছাত্ৰী নয়না শইকীয়াই গৌৰাম্বিত কৰিলে ডিগবৈ মহাবিদ্যালয়ক ৷ যোৱা ২৪ ছেপ্তেম্বৰত ৰাষ্ট্ৰপতি ভৱনত ২০২০-২১ বৰ্ষৰ ৰাষ্ট্ৰীয় সেৱা আচনিৰ অধিনত ৰাষ্ট্ৰপতি বঁটা প্ৰদান অনুষ্টানত ডিগবৈ মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সদস্যা নয়না
Read More...

দুৰ্গা পূজা মানে মাতৃ শক্তিৰ বন্দনা…

নাৰীক পৃথক কৰি নিজৰ ক্ষমতা প্ৰকাশ কৰাৰ প্ৰয়োজন আছেনে ? দেৱী নিজেই শক্তিৰ আটাইতকৈ ডাঙৰ প্ৰতীক। এই বিশেষ পূজাত আয়োজন মহিলাসকলে কৰে। পূজাৰ পৰা পূজা ফেশ্বনলৈকে তেওঁলোক সদায় শীৰ্ষত থাকে। ইয়াৰ অৰ্থ এইটো নহয় যে ল’ৰাবোৰ সম্পূৰ্ণ ব্ৰত্য।
Read More...

৮ আৰু ৯ আক্টোবৰত ”অসম ভ্ৰমণ ”কৰিব ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা…

অহা ইংৰাজী ৮ আৰু ৯ তাৰিখে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে দুদিনীয়া ভ্ৰমণসূচীৰৰ প্ৰাকমুহূৰ্তত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আজি ৰাঙাপাৰা বিধানসভা সমষ্টিৰ সন্মানীয় কাৰ্যকৰ্তা সকলৰ সৈতে
Read More...

আজি বিশ্ব পৰ্যটন দিৱস…

আজি বিশ্ব পৰ্যটন দিৱস। আন্তঃৰাষ্ট্ৰীয় সমাজৰ সামাজিক-সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক মূল্যবোধক প্ৰভাৱিত কৰাত পৰ্যটনৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ
Read More...

শাৰদীয় বতৰৰ মাজতে উত্তৰ গুৱাহাটীত ফুটবলৰ জ্বৰ

শাৰদীয় বতৰৰ মাজতে উত্তৰ গুৱাহাটীত ফুটবলৰ জ্বৰ । নিশা বাৰ বজালৈ ফুটবল খেল উপভোগ কৰিলে উত্তৰ গুৱাহাটীৰ ফুটবল প্ৰেমীয়ে । দুই ভৰিৰ যাদু চাবলৈ ওলাই আহিল শ শ পুৰুষ -মহিলা । অসমৰ লগতে কেৰেলা , নাইজেৰিয়া , বুলগেৰিয়াৰ পৰা অহা কেইবাজনো ফুটবলাৰে
Read More...

নিশা মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা।

নিশা মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। আহত তিনিজনক GMCH লৈ প্ৰেৰণ। নিশা মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। আহত তিনিজনক GMCH লৈ প্ৰেৰণ। দুৰ্ঘটনাটোৰ এজন চাইকেল আৰোহী আৰু দুজন বাইক আৰোহী আহত হয়। হাজো-দৌলাশাল পথৰ বৰতলাত সংঘটিত হয় পথ
Read More...

আইন শৃংখলাকলৈ উদ্বিগ্ন নগাঁৱৰ নাগৰিক , মহিলাক ঘৰৰ ভিতৰতে হত্যা ঘাতকৰূপী কৰ্মচাৰীৰ

নগাঁৱৰ  সাম্প্ৰতিক আইন শৃংখলাক লৈ যেন উদ্বিগ্ন পৰিছে নগাঁৱৰ নাগৰিক। সাধাৰণ নাগৰিকৰ নিৰাপত্তাক লৈ যেন উত্থাপন হৈছে প্ৰশ্ন।বিগত ডেৰ মাহত নগাঁও চহৰতে তিনিটাকৈ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে পুনৰ শনিবাৰে নিশা সংঘটিত হয় এক নৃশংস
Read More...

কামাখ্যা মন্দিৰত উপস্থিত বলীউদৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী

কামাখ্যা মন্দিৰত উপস্থিত বলীউদৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী। মা কামাখ্যাৰ শ্ৰীচৰণত পূজা আগবঢ়াই আশিস ল'লে অভিনেত্ৰীগৰাকীয়ে। পুৱাৰ ভাগতে কামাখ্যা মন্দিৰত উপস্থিত হৈ আশীৰ্বাদ লয় বলীউদৰ অভিনেত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি
Read More...