Breaking

Browsing Category

অসম

আজিৰে পৰা নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পূজা, এইবাৰ দেৱীৰ চৰণত প্ৰায় ৬০টা…

ৰজা নাগাক্ষৰ দিনতে স্থাপন হোৱা নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত আজিৰে পৰা দুৰ্গতিনাশিনী দুৰ্গাৰ পূজা-অৰ্চনা আৰম্ভ কৰা হৈছে। দুহেজাৰ বছৰ পুৰণি ইতিহাসপ্ৰসিদ্ধ এই বিল্বেশ্বৰ দেৱালয়ত শুক্ল প্ৰতিপদ তিথিৰ আজিৰ এই দিনটোত
Read More...

NEWS18 Assamৰ বোকাখাতৰ সাংবাদিক প্ৰদ্যুৎ মহন্তৰ ৪৯ বছৰ বয়সত দেহাৱসান

NEWS18 Assamৰ বোকাখাতৰ সাংবাদিক প্ৰদ্যুৎ মহন্তৰ আজি ৪৯ বছৰ বয়সত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল মহন্ত। আজি স্বাস্থ্যৰ অৱস্থা অতি গুৰুতৰ হোৱাত চিকিৎসালয়লৈ নি থকা অৱস্থাতে শেষনিশ্বাস ত্যাগ কৰে মহন্তই। বোকাখাতত
Read More...

ন ৰূপত অনুপম শইকীয়াৰ “হাতৰে আঙুলি”

শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত অনুপম মিউজিক ক্ৰিয়েশ্যনৰ বেনাৰত সোমবাৰে মহানগৰীৰ ৰাজগড়স্থিত টেম্পটেশ্যন ষ্টুডিঅ'ত "হাতৰে আঙুলি লিহিৰি লিহিৰি" শীৰ্ষক এটি গীত মুকলি কৰা হয়। বিশিষ্ট সংগীতশিল্পী অনুপম শইকীয়া আৰু প্ৰিয়ংকা ভৰালীয়ে কণ্ঠ নিগৰোৱা
Read More...

ভূ-গৰ্ভৰ পানীৰ ব্যৱহাৰৰ বাবে কৰ দিব লাগিব কেন্দ্ৰীয় চৰকাৰক

ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ভূ-জল প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত 'এৰিডা'ৰ সংবাদমেল। ভূগৰ্ভস্থ পানী ব্যৱহাৰকাৰীৰ বাবে কেতবোৰ কঠোৰ নিয়ম জাৰি কৰা হৈছে। যাৰ ফলত ভূ-গৰ্ভৰ পানী ব্যৱহাৰ কৰাটো অধিক ব্যয়বহুল হৈ পৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব
Read More...

তেজপুৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুপ্তধন…

তেজপুৰত বৃহৎ পৰিমাণৰ গুপ্তধন উদ্ধাৰ৷ চোতালত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ ১৫ লক্ষাধিক টকা৷ আলিচিঙাৰ আব্দুল কৰিম নামৰ লোকজনৰ ঘৰত নিশা চলিছিল আৰক্ষীৰ অভিযান৷ আব্দুল কৰিমে গোপনে টকা মজুত কৰি ৰখাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে৷ গোপন খবৰৰ ভিত্তিত
Read More...

ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ বাহনৰ পাৰ্কিংৰ সুবিধাৰ্থে ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা…

ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ দুচকীয়া বাহনৰ পাৰ্কিংৰ সুবিধাৰ্থে ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভৱেশ কলিতাই পাৰ্কিংস্থানৰ বাবে ৫ লক্ষ টকাৰ আবন্টিত পুঁজি প্ৰদান কৰে।
Read More...

হাজো সমষ্টিৰ কুলহাটীত শ্ৰী শ্ৰী দুৰ্গা পূজা শতবাৰ্ষিকী উপলক্ষ্যে ৰাইজৰ উদ্যোগত অনুষ্ঠিত সাংস্কৃতিক…

কুলহাটী ৰাইজৰ উদ্যোগত শ্ৰী শ্ৰী দুৰ্গা পূজা শতবাৰ্ষিকী উপলক্ষ্যে এক সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হয়। এই শোভাযাত্ৰাত কুলহাটীকে ধৰি বৃহত্তৰ হাজো অঞ্চলৰ ৰাইজে অংশ গ্ৰহন কৰে। এশটা বছৰ অতিক্ৰম কৰা এই দুৰ্গা পূজাক লৈ ৰাইজৰ মাজত ব্যাপক
Read More...

ভাৰতীয় দূতাবাসৰ সহযোগত লেবাননৰ বেইৰুটত অনুষ্ঠিত ১৩০গৰাকী শিল্পীৰ চিত্র প্ৰদৰ্শনীত অসমৰ চিত্র…

ভাৰতীয় দূতাবাসৰ সহযোগত লেবাননৰ বেইৰুটত অনুষ্ঠিত ১৩০গৰাকী শিল্পীৰ চিত্র প্ৰদৰ্শনীতঅসমৰ চিত্র শিল্পীৰ শিল্প কৰ্ম। ১৬ ৰ পৰা ১৮ চেপ্তেম্বৰলৈ লেবাননৰ বেইৰুট ইউনেছকো পেলেচত অনুষ্ঠিত হৈ যায় এখন আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনী৷ পিচ্‌-৩ ( peace - 3
Read More...

এ এছ এফ এফ ডি চিৰ দুদিনীয়া চলচ্চিত্র নির্মাণ বিষয়ক কৰ্মশালা উদ্ধোধন সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ

অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম লিমিটেড(এ এছ এফ এফ ডি চি)ৰ উদ্যোগত স্হানীয় অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত দুদিনীয়াকৈ আয়োজিত চলচ্চিত্র বিষয়ক এখনি আলোচনাচক্ৰ আনুস্থানিক ভাৱে আজি উদ্ধোধন কৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা,
Read More...

চিন্তন শিবিৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সদগুৰু …

এক আধ্যাত্মিক পৰিৱেশৰ মাজত সদগুৰুৰ সৈতে দেখা গল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আজিৰে পৰা কাজিৰঙাত আৰম্ভ হৈছে তিনিদিনীয়া চিন্তন শিবিৰ। বিশিষ্ট আধ্যাত্মিক গুৰুগৰাকীৰ সৈতে আনুষ্ঠানিক প্ৰদীপ প্ৰজ্বলন কৰি শিবিৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী
Read More...