Breaking

Browsing Category

অসম

যিকোনো সময়ত বিপদ হ’ব পাৰে । গাই নৈৰপৰীয়া ৰাইজলৈ সতৰ্কবাণী…

চিচিবৰগাঁও ৰাজহচক্ৰৰ চক্ৰ বিষয়া মহোদয়ে জনিবলৈ দিছে যে অৰুণাচল প্ৰদেশৰ মাঘি গাঁৱৰ কোনোবা এটা অংশত পাহাৰ খহি ভয়ানক হৈছে বুলি অৰুণাচলৰ পৰা খবৰ পাইছে । ফলত নৈৰ বহু পানী আবদ্ধ হৈ আছে । গতিকে উক্ত পানী কৃত্ৰিম বান্ধ ভাঙি কোনটো মুহূৰ্তত কেনেকৈ
Read More...

গোগামুখ এন চি ডি মহাবিদ্যালয়ৰ ১৫ সংখ্যক নৱাগত আদৰণি সভা সম্পন্ন

ধেমাজি জিলাৰ গোগামুখৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান গোগামুখ এন চি ডি মহাবিদ্যালয়ৰ ১৫ সংখ্যক নৱাগত আদৰণি সভাখন আজি শনিবাৰে সম্পন্ন হৈ যায় ৷ দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভাত পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বন্তি
Read More...

পিয়লি ফুকন উদ্যানত জীউৰাম দুলীয়া বৰুৱাৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰাৰ দাবী বুৰঞ্জীবিদ জীতেন…

মংগল পান্ডে নহয়, দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ অসমৰ বীৰ পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়া বৰুৱাহে, পিয়লি ফুকন উদ্যানত জীউৰাম দুলীয়া বৰুৱাৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰাৰ দাবী বুৰঞ্জীবিদ জীতেন বৰপাত্ৰগোঁহাইৰ । ৰংপুৰ প্ৰাচীন
Read More...

কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত ৫০ যুৱতীক গাড়ী -চালনাৰ প্ৰশিক্ষণ…

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ "আত্মনির্ভৰ অসম" কাৰ্যসূচীৰ অংশ হিচাপে স্বনিৰ্ভৰশীলতাৰ লক্ষ্যৰে যোৱা জুন মাহত অসমৰ ১২৬ টা বিধানসভা সমষ্টিত ৫০ জনকৈ শিক্ষিত নিবনুৱা যুৱক - যুৱতীক পেশাদাৰী দক্ষ গাড়ী চালনাৰ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ
Read More...

বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক ‘আনন্দৰাম ঢেকিয়াল ফুকন’ বঁটা প্ৰদান

নগাঁৱৰ অন্যতম অগ্রণী উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে চলিত বৰ্ষৰ '"আনন্দৰাম ঢেকিয়াল ফুকন বঁটা" আগবঢ়াইছে অসম- অৰুণাচল প্রদেশৰ সাংস্কৃতিক সম্প্ৰীতিলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ।
Read More...

নিশা মুকালমুৱাৰ কান্ধবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

নিশা মুকালমুৱাৰ কান্ধবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত এজনক GMCH লৈ প্ৰেৰণ । মুকালমুৱাত কান্ধবাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। হাজো-দৌলাশাল পথৰ কান্ধবাৰীত পথ দুৰ্ঘটনাটো সংঘটিত হয়।
Read More...

সুৰা পান কৰি গাড়ী চলাওতে সাৱধান…

যেতিয়া আপুনি সুৰা পান কৰাৰ পিছত গাড়ী চলাব নোৱাৰিব।আপুনি ড্ৰাইভিং চিটত বহাৰ লগে লগে এলাৰ্ম বাজিব।সুৰাপান আৰু গাড়ী চলোৱা হৈছে সমগ্ৰ বিশ্বৰ পথ দুৰ্ঘটনাৰ এটা মুখ্য কাৰণ। ইয়াৰ বাবে, প্ৰতি বছৰে হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱায়।বেছিভাগ দেশতে
Read More...

ডিব্ৰুগড়ত অচেতন অৱস্থাত দুজন যুৱক উদ্ধাৰ।

ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত গাৰ্ডপাৰাত অচেতন অৱস্থাত উদ্ধাৰ দুজন অচিনাক্ত যুৱক, ড্ৰাগ্‌ছ সেৱন কৰা বুলি স্থানীয় লোকৰ সন্দেহ। লগতে এই দুজন যুৱক সেই স্থানত নহয় বুলিও স্থানীয় ব্যক্তিয়ে জানিব দিয়ে। এতিয়া কথা সমগ্ৰ ৰাজ্যতে অব্যাহত থকা ড্ৰাগ্‌ছৰ
Read More...

গৌৰীপুৰৰ মধুশৌলমাৰীত সখী একক অৱস্থান কেন্দ্ৰৰ শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত‌ই।

ধুবুৰী জিলাৰ গৌৰীপুৰৰ মধুশৌলমাৰীত জিলা সমাজ কল্যাণ বিভাগে নিৰ্মাণ কৰা সখী'একক অৱস্থান কেন্দ্ৰৰ আজি শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত আন্বামুথন এমপিয়ে। আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক নিজানুৰ ৰহমান, ধুবুৰী পৌৰসভাৰ চেয়াৰমেন
Read More...

এক প্ৰাপ্তি আৰু আনন্দৰ দিন! মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে নিযুক্তি পত্ৰ। ২৪টা বিভাগৰ…

আজিৰ দিনটো ৰাজ্যৰ ইতিহাসত আন এক প্ৰাপ্তি আৰু আনন্দৰ দিন। ৰাজ্যৰ ১ লাখ যুৱক-যুৱতীক চৰকাৰী কৰ্মসংস্থাপন প্ৰদানৰ অংশ হিচাপে আজি খানাপাৰাত ৰাজ্যৰ ২৪টা বিভাগৰ ১১,২৩৬টা পদৰ বাবে নিযুক্তি পত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে । চৰকাৰ গঠনৰ প্ৰথমটো
Read More...