Breaking

Browsing Category

অসম

মানকাচৰৰ ঝগৰাৰচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱস উপলক্ষে বিনামূলীয়া চিকিৎসা শিবিৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক জন্ম দিৱস উপলক্ষে মানকাচৰ ঝগৰাৰচৰ ডাকেৰগাওঁ ঈদগাহ ময়দানত দিনজোৰা কাৰ্যসূচীৰে আজি বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়।
Read More...

ভাৰতীয় খাদ্য নিগমৰ কাকপথাৰ ধান ক্ৰয় কেন্দ্ৰৰ সংবাদমেল, কাকপথাৰত পৰ্যাপ্ত সা-সুবিধাযুক্ত গোদাম…

ভাৰত চৰকাৰৰ খাদ্য নিগম বিভাগে কৃষক সকলৰ সুবিধাৰ বাবে বিভিন্ন ঠাইত স্থাপন কৰিছিল ধান ক্ৰয় কৰা কেন্দ্ৰ । এনে এক অন্যতম ধান ক্ৰয় কৰা কেন্দ্ৰ হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰ ধান ক্ৰয় কেন্দ্ৰ । এই বৰ্ষত ভাৰত চৰকাৰে কাকপথাৰ কেন্দ্ৰৰ বাবে
Read More...

অভয়াপুৰীৰ লেংটিছিঙাত অসম বহুমুখী সমবায় সমিতিৰ শাখা কাৰ্যালয় আৰু লালমাটিত ছাগলীৰ ফাৰ্মৰ শুভ উদ্বোধন

ৰাজ্য খনত ক্ৰমান্বয়ে বাঢ়ি অহা নিৱনুৱা সমস্যাই গা কৰি উঠা ভয়াবহ সমস্যাৰ মাজতে অসম বহুমুখী সমবায় সমিতি নামৰ প্ৰতিষ্ঠানটোৱে বিভিন্ন কৰ্মমুখী আঁচনিৰে আশাৰ সঞ্চাৰ কৰিছে বঙাইগাওঁ জিলাৰ নিৱনুৱা সকলৰ মাজত। তাৰেই অংশ হিচাপে বৃহস্পতি বাৰে
Read More...

ছিপাঝাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ অভিযানৰ সজাগতা কাৰ্যসূচী

১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেমম্বৰলৈ পোষন মাহ উপলক্ষে ছিপাঝাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সজাগতা কাৰ্যসূচী আজি ৰূপায়নৰ কৰা হয় ।
Read More...

সুখোৱাৰঝাত ভূমি কেন্দ্ৰিক প্ৰচণ্ড মাৰপিট, গুৰুতৰভাৱে আহত তিনিজন, চিকিৎসালয়ত ভৰ্তি…

সুখোৱাৰঝাত ভূমি কেন্দ্ৰিক প্ৰচণ্ড মাৰপিট, গুৰুতৰভাবে আহত তিনিজন, চিকিৎসালয় ভৰ্তি। বাঘবৰৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত সুখোৱাৰঝাৰত এডোখৰ ভূমিক কেন্দ্ৰ কৰি পিতা-পুত্ৰ দুই পৰিয়ালৰ মাজত ভয়ঙ্কৰ মাৰপিট হয়।
Read More...

খেলি থাকোতে ইটা ভাটাৰ দ’ খাৱৈত পৰি কৰুণ (Tragic) মৃত্যুক সাৱটিলে ৪ বছৰীয়া অপূৰ্বই আৰু ৫ বছৰীয়া…

যোগীঘোপাৰ (Jogighupa) কুমাৰকাটাত (Kumarkata) সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)। দ’ খাৱৈত পৰি সলিলসমাধি ঘটে দুটি কণমানি শিশুৰ (2 Child Drown Into Ditch)। বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত শিশু দুটিয়ে খেলি থকাৰ সময়তে সৃষ্টিয়া
Read More...

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ডক্টৰ নিৰোদ বৰুৱাক শুভেচ্ছা ড° ডম্বৰুধৰ নাথৰ

“ মাজুলী সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ বিশ্বমুখী যাত্ৰাই মাজুলীৰ লগতে অসমৰ মান উজ্বলাবঃ ড° ডম্বৰুধৰ নাথ” পৰম্পৰাগত শিক্ষা প্ৰদানৰ বাবে অসমীয়া পিঠা, মুগা কাপোৰ বোৱা, মুগা পোহা , হস্ততাঁত বস্ত্ৰশিল্প , লোকাচাৰ, আদিৰ ওপৰত অধ্যয়নৰ বাবে
Read More...

গোলাঘাট জিলাত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত আঁচনি সন্দৰ্ভত পৰ্যালোচনা কেন্দ্ৰীয় মন্ত্ৰী কিৰেন…

২২ ছেপ্টেম্বৰ তাৰিখে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুই বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাগৃহত এখন পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰে। সভাত গোলাঘাট জিলাৰ বিভিন্ন বিভাগৰ অধীনত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত আঁচনিৰ
Read More...

শিৱসাগৰত ডঃ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান: দেশ বিভাজনৰ বিৰোধীতা কৰি মৃত্যু বৰণ কৰা অসম…

অৰুণোদয় সাহিত্য সভা আৰু ময়িদুল ইছলাম বড়া স্মৃৰ্তি ৰক্ষা সমিতিয়ে আগবঢ়োৱা ২০২২ বৰ্ষৰ ডঃ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা আজি শিৱসাগৰ ছোৱালী কলেজত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক, অনুবাদক, সাহিত্য অকাডেমী বঁটা প্ৰাপক দিগন্ত
Read More...

কৃতি শিক্ষক প্ৰদীপ কলিতালৈ পৰেশ বৈশ্য ফাউনণ্ডেছনৰ দ্বাৰা “চাৰ্টিফিকেট অৱ এপ্ৰিচিয়েচন”…

হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক কৃতি শিক্ষক প্ৰদীপ কলিতালৈ ২০২২ বৰ্ষৰ পৰেশ বৈশ্য ফাউনণ্ডেছনৰ দ্বাৰা "চাৰ্টিফিকেট অৱ এপ্ৰিচিয়েচন" সন্মান প্ৰদান কৰা হ'য়।ছাত্ৰ-ছাত্ৰী সকলক সহ: বিদ্যায়তনিক দিশত, অৰ্থাৎ সাহিত্য, সংস্কৃতি, গীত,
Read More...