Breaking

Browsing Category

অসম

১৩২খন ITIক অত্যাধুনিক দক্ষতা সম্পন্ন কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ টাৰ্গেট মুখ্যমন্ত্ৰীৰ

জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ বিষয়াৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰি অসম দক্ষতা বিশ্ববিদ্যালয়ৰ অগ্ৰগতিৰ পৰ্যালোচনা সন্দৰ্ভত আলোচনা কৰে । জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
Read More...

জোনাইৰ গালীঘাটত TMPK ৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নাও প্ৰতিযোগিতা (Boat Race)।

প্ৰতিযোগিতাখন উদ্ধোধন কৰে মিচিং বানে কেবাঙৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু মেদকে ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত গালীঘাটত TMPK ৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক বৃহৎ নাও প্ৰতিযোগিতা অনুষ্ঠিত কৰে। অসমৰ
Read More...

মুকালমুৱাৰ বৰুৱাপুটাত নিশা চুৰিকাণ্ড(Theft)।

তিনিখন দোকানত প্ৰায় চাৰি লাখ টকাৰ সা-সামগ্ৰী লুট চোৰৰ। মুকালমুৱাৰ বৰুৱাপুটাত নিশা চুৰিকাণ্ড সংঘটিত হয়। তিনিখনকৈ দোকানত চোৰে লুটি নিয়ে বহু টকাৰ সা সামগ্ৰী সহ নগধ ধন। গ্ৰীলৰ তলা ভাঙি দোকান কেইখনত সংঘটিত কৰে চুৰিকাণ্ড।
Read More...

কাউলীৰ এটি নলাৰ পৰা উদ্ধাৰ এখন চুৰি বাইক(Bike)

তামুলপুৰৰ(Tamulpur) কাউলীৰ এটা নলাৰ পৰা আজি পুৱা উদ্বাৰ হয় চুৰি হোৱা(Theft) দুচকীয়া বাহন(Bike)। পানীত ডুবি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি কুমাৰীকাটা আৰক্ষীৰ সহযোগত পানীত ডুবি থকাৰ পৰা উদ্বাৰ কৰে AS-25-L-3225 নম্বৰৰ বাহন খন।এসপ্তাহ
Read More...

টংলা আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দশম দ্বি -বাৰ্ষিক অধিৱেশন সম্পন্ন

অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তৰ্গত টংলা আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দশম দ্বি- বাৰ্ষিক অধিৱেশন আজি টংলা সাহিত্য সভা ভৱনত সফলতাৰে সম্পন্ন হয় । টংলা আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি ধৰণীধৰ মেধিয়ে পুৱা ৯ বজাত পতাকা
Read More...

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সংবাদ বিভাগৰ সদস্যসকলৰ সৈতে বিত্ত মন্তী অজন্তা নেওগ

আজি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সংবাদ বিভাগৰ সদস্যসকলৰ সৈতে বিত্ত মন্তী অজন্তা নেওগ এখন বৈঠকত মিলিত হৈ সৰ্বসাধাৰণ ৰাইজৰ মঙ্গলৰ অৰ্থে আমাৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ বিষয়ে সকলোকে অৱগত কৰে। উক্ত সভাত মন্ত্ৰী শ্ৰী
Read More...

ধুবুৰী জিলা সাহিত্য সভাৰ উপ-সভাপতিৰ মৃত্যু

ধুবুৰী জিলা সাহিত্য সভাৰ উপ-সভাপতিৰ মৃত্যু। বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক আবুল কালাম আৰু নাই। চাপৰৰ শালকোচা নিজ বাসগৃহত শেষ নিঃশ্বাস ত্যাগ কৰে কালামৰ।মৃত্যুৰ পূর্বে ১৪ খন গ্ৰন্থ ৰচনা কৰিছিল কালামে।তেখেতৰ মৃত্যুত গভীৰ শোঁক প্ৰকাশ
Read More...

নিজৰ দেহত বিষাক্ত ইনজেক্টচ্যন লৈ আত্মহত্যা GMCHৰ কৰ্মচাৰীৰ; জ্যেষ্ঠ বিষয়াৰে হোৱা কাজিয়াৰ বাবে এই পথ…

জ্যেষ্ঠ বিষয়াৰ সৈতে কাজিয়া কৰি এই চৰম পথ বাচি লোৱাৰ অভিযোগ উত্থাপন হৈছে। আত্মহত্যা কৰা যুৱকজনৰ নাম পাপু দাস (GMCH Employee Papu Das Died) প্ৰায়ে প্ৰতিদিনে স্বাস্থ্য বিভাগৰ গাফিলতিৰ খবৰ পোহৰলৈ আহিয়েই আছে। এইবাৰ GMCHত সংঘটিত হৈছে এক
Read More...

ভুলতেও এইকেইটা বস্তু কেতিয়াও কাকো উপহাৰ (Gift) নিদিব; কাৰো পৰা নল’বও, নহ’লে আৰ্থিক অনাটনত ভুগিব

সকলোৱে উপহাৰ দিলে ভাল পায়। কিন্তু হয়তো আমি উপহাৰ দিয়াৰ সময়ত এই কথাটো নাভাবো যে কোনটো উপহাৰ দিলে বা ল’লে ভাল হয়। কাৰণ এই উপহাৰ দিয়া বা লোৱাৰ ক্ষেত্ৰতো আছে বহু সাৱধানতা। উপহাৰ দিয়া-লোৱাই আমাৰ জীৱনত বিভিন্নধৰণৰ প্ৰভাৱ পেলাব পাৰে।
Read More...