Breaking

Browsing Category

অসম

ভুলতেও এইকেইটা বস্তু কেতিয়াও কাকো উপহাৰ (Gift) নিদিব; কাৰো পৰা নল’বও, নহ’লে আৰ্থিক অনাটনত ভুগিব

সকলোৱে উপহাৰ দিলে ভাল পায়। কিন্তু হয়তো আমি উপহাৰ দিয়াৰ সময়ত এই কথাটো নাভাবো যে কোনটো উপহাৰ দিলে বা ল’লে ভাল হয়। কাৰণ এই উপহাৰ দিয়া বা লোৱাৰ ক্ষেত্ৰতো আছে বহু সাৱধানতা। উপহাৰ দিয়া-লোৱাই আমাৰ জীৱনত বিভিন্নধৰণৰ প্ৰভাৱ পেলাব পাৰে।
Read More...

বিয়া খাই উভতি আহি আদবাটতে ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা হোণ্ডাই বাহনৰ ! দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল…

নগাঁৱৰ উৰিয়াগাঁও বাইপাচত (Nagaon Uria Gaon) এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হৈছে । নগাঁৱৰ (Nagaon) ফ’ৰলেনযুক্ত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰিয়া গাৱঁৰ সমীপত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।পথ
Read More...

প্ৰয়াত দীপশিখা হাজৰিকা আৰু ক্ষীৰোদ খাকলাৰীৰ বাসভৱনত লুৰীণজ্যোতি গগৈ

অলপতে উত্তৰাখণ্ডত বৰফৰ ধুমুহাৰ কৱলত পৰি দুৰ্ভাগ্যজনকভাৱে মৃত্যুমুখত পৰা অসমীয়া পৰ্বতাৰোহী দীপশিখা হাজৰিকা আৰু যোৱা শনিবাৰে মৃত্যমুখত পৰা সংগীত শিল্পী ক্ষীৰোদ খাকলাৰীৰ বাসভৱনত আজি উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ৷
Read More...

“মৰিগাওঁ জিলা দিৱস”ত মন্ত্ৰী পিয়ুষ হাজৰিকা …

১৯৮৯ চনৰ ১৪ অক্টোবৰ তাৰিখে তেতিয়াৰ অবিভক্ত নগাঁও জিলাৰ পৰা পৃথক হৈ মৰিগাওঁ জিলাই এখন সুকীয়া জিলা হিচাপে স্বীকৃতি লাভ কৰে। প্ৰাচীন কালৰ পৰাই মৰিগাওঁ ঠাইখনে অসমৰ ইতিহাসত এক সুকীয়া স্থান দখল কৰি আহিছে। মায়ং অঞ্চলৰ যাদু- মন্ত্ৰৰ পৰা আৰম্ভ
Read More...

আজি অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস।

আজি অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। কেন্দ্ৰীয় ভাৱে বৰপেটা জিলাত উৎযাপন কৰাৰ উপৰিও, ডিব্ৰুগড় জিলাৰ দুলীয়াজান বিধান সভা সমষ্টিৰ উদ্যোগত টেঙাখাতৰ বহুমুখী ‌ভৱনত অনোষ্ঠুতিয়াকৈ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা পৰিলক্ষিত হয় ৷
Read More...

পুনৰ হ্ৰাস পালে সোণৰ দাম, কিন্তু ৰূপৰ দাম বাঢ়িল ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান?

শুক্ৰবাৰে, ফিউচাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য (Gold Price Today) পুৱা ৯.১০ বজাত প্ৰতি ১০ গ্ৰামত ৬৫ টকা হ্ৰাস হৈ ৫০,৮১৯ টকা হয়। আজি, ৰূপৰ মূল্য সামান্য বৃদ্ধি দেখা গৈছে। আজি ৰূপৰ মূল্য ৬১ টকা বৃদ্ধি হৈ ৫৭,২০১ টকা হৈছে। আজি আন্তঃৰাষ্ট্ৰীয়
Read More...

ৰাজ্যত ৭ হাজাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ লক্ষ্য চৰকাৰৰ, অৰুণোদয় আঁচনিত নতুনকৈ অন্তৰ্ভুক্ত হ’ব…

আজি গুৱাহাটীৰ শ্ৰীমন্ত কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অসমত ৩ হাজাৰ অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰাৰ লগতে বাগিচা অঞ্চলত ১০০খন মডেল ছেকেণ্ডেৰী স্কুলৰ আধাৰশিলাও স্থাপন কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব
Read More...

গুৱাহাটীৰ সকলো চিটী বাছলৈ পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, বাছত এই যন্ত্ৰ থকাটো বাধ্যতামূলক

গুৱাহাটী মহানগৰীৰ সকলো চিটী বাছলৈ পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। সকলো চিটী বাছত থাকিব লাগিব E-Ticketingৰ মেচিন। য'ত জিলা পৰিবহণ বিভাগে নিৰ্ধাৰণ কৰি দিয়া মূল্যতহে যাত্ৰীৰ পৰা সংগ্ৰহ কৰিব পাৰিব বাছৰ ভাড়া। ১ নৱেম্বৰলৈ সময়সীমা কামৰূপ
Read More...

‘আৱাহন থিয়েটাৰ’ত ‘লভিতা’ৰ বিকৃত মঞ্চায়ন বন্ধৰ দাবীত সাংস্কৃতিক মন্ত্ৰী বিমল…

ভ্ৰাম্যমাণ থিয়েটাৰৰ চলিত নাট্যবৰ্ষত অসমৰ এক আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল 'আৱাহন থিয়েটাৰ'ৰ মঞ্চত মঞ্চস্থ হৈ থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'লভিতা' নাটকখনৰ এক বিকৃত উপস্থাপনক অতি শীঘ্ৰে বন্ধ কৰাৰ দাবীৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী
Read More...