Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
অসম
অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান…
আৰম্ভ হ’ল CM FLIGHT আৰু মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিঃ এই আঁচনিৰ অধীনত কোন কোন উপকৃত হ’ব…
আজি মহাপুৰুষ মাধৱদেৱৰ ৪৩০ সংখ্যক তিৰোভাৱ তিথি
Assam Book Fair 2024: অসম গ্ৰন্থমেলাত “ভিন্ন সাহিত্য-ধাৰাৰ গ্ৰন্থ পঠনৰ আনন্দ” শীৰ্ষক আলোচনা সত্ৰ
অসম
দৈনন্দিন বাৰ্তা
-
December 30, 2024
বিষয় বস্তুৰ বিচিত্ৰতাই সাহিত্যক সমৃদ্ধ কৰেঃ ড° আনন্দ বৰমুদৈ। আমাৰ দেশখন সাধুকথাৰ দেশঃ মনোজ কুমাৰ গোস্বামী। চহকী অসমীয়া সাহিত্যৰ বিশ্ব পৰিচিতিৰ বাবে অনুবাদৰ প্ৰয়োজনঃ অপূৰ্ব শইকীয়া।(Assam Book Fair 2024)
Dr. Randeep Bora: প্ৰকাশৰ পথত ড° ৰণদ্বীপ বড়াৰ ‘নৰয় নদী এন্ধাৰত’
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 29, 2024
অসমীয়া সংগীতত গীতিকাৰ হিচাপে পৰিচিতি লাভ কৰিবলৈ সক্ষম হোৱা ড° ৰণদ্বীপ বড়াই এইবাৰ অসমীয়া গীতি সাহিত্যত নৱতম সংযোজন কৰিছে ‘নৰয় নদী এন্ধাৰত’ গীতৰ সংকলনৰ জৰিয়তে৷ (Dr. Randeep Bora)
Chandan Kumar Das: কৃতি শিক্ষক চন্দন কুমাৰ দাসক সম্বৰ্ধনা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 29, 2024
বৰপেটা জিলা সমিতিৰ ২৮ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনত বৰপেটা জিলা শিক্ষা বিভাগৰ পৰা কৃতি শিক্ষক বটা লাভ কৰা শিক্ষক তথা বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাসক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।(Chandan Kumar Das)
Babita Borthakur: প্ৰেছ ক্লাবত মনোজ্ঞ অনুষ্ঠান সম্পন্ন, লেখিকা ববিতা বৰঠাকুৰৰ প্ৰবন্ধ সংকলন “স্বচ্ছ আৰু অস্বচ্ছ দাপোনত নাৰী”ৰ শুভ উন্মোচন
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 29, 2024
দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত দেৰগাঁৱৰ লেখিকা ববিতা বৰঠাকুৰৰ প্ৰথমখন প্ৰবন্ধ সংকলন "স্বচ্ছ আৰু অস্বচ্ছ দাপোনত নাৰী"ৰ শুভ উন্মোচনী অনুষ্ঠানটো অতি গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত হৈ যায়।(Babita Borthakur)
Assam Book Fair 2024: সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সম্বৰ্ধনা অনুষ্ঠান, হিন্দোল সেনগুপ্তৰে তথ্য সমৃদ্ধ শ্ৰতিমধুৰ অন্তৰংগ আলাপ ড° সমুদ্ৰগুপ্ত কাশ্যপৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 29, 2024
গ্ৰন্থবোৰে মানৱ সভ্যতাৰ মান নিৰ্ণয় কৰেঃ সুৰিন্দৰ কুমাৰ ঘাই। লেখকৰ সৃষ্টি আৰু পাঠকৰ মাজত যোগসূত্ৰ স্থাপন কৰে প্ৰকাশকেঃ গংগাপদ চৌধুৰী। (Assam Book Fair 2024)
1
...
392
393
394
...
3,100
Page 393 of 3,100
Popular
লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ উদ্যোগত ৰোহিত মেহতা লায়ন্স কুৱেষ্ট সপ্তাহ উদযাপন
দৈনন্দিন বাৰ্তা
-
September 2, 2026