অসম

Chinaki Prokritir Asinaki Sadhu:গ্ৰন্থমেলাত মানস প্ৰতিম দত্তৰ ‘চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু’

এতিয়া গ্ৰন্থৰ বতৰ। চৌপাশে কেৱল নতুন কিতাপৰ বতৰা।(Chinaki Prokritir Asinaki Sadhu) এই গ্ৰন্থৰ বতৰতে এখন নতুন শিশু-কিশোৰ উপযোগী পৰিৱেশ বিষয়ক গ্ৰন্থই পাঠকসমাজৰ দৃষ্টি আকৰ্ষণ কৰিবকৈ সক্ষম হৈছে।

World’s Largest Dam Project:ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ পৰিকল্পনা চীনৰ

অসম তথা উত্তৰ-পূব ধ্বংসৰ ষড়যন্‌ৰ ৰচনা কৰিছে চীনে। ব্ৰহ্মপুত্ৰ নদীত(Brahmaputra River) বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ(World’s Largest Dam Project) নিৰ্মাণৰ পৰিকল্পনা কৰিছে বেইজিঙে। এই প্ৰকল্পৰ বাবে ক্লিয়াৰেন্স লাভ কৰা হৈছে। যিয়ে ভাৰতৰ উদ্বেগ বৃদ্ধি কৰিছে।

Titanic:ভ্ৰাম্যমাণ থিয়েটাৰ কহিনুৰৰ পৰা ওলাল ‘টাইটানিক’

ভ্ৰাম্যমান থিয়েটাৰ জগতত কহিনুৰ থিয়েটাৰৰ(Theater Kahinur) এক সুকীয়া স্থান আছে।(Titanic) এই কহিনুৰ থিয়েটাৰেই ১৯৯৮ চনত প্ৰথম বাৰৰ বাবে মঞ্চস্থ কৰিছিল নাট্যকাৰ হেমন্ত দত্তৰ 'টাইটানিক' আৰু সেই সময়ত এই নাটকখনে দৰ্শকৰ যথেষ্ট সহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল।

Assam Book Fair:উৎসাহ-উদ্দীপনাৰে গুৱাহাটীত অসম গ্ৰন্থমেলা আৰম্ভ

“অসমীয়া ভাষাৰ যে এক স্বকীয় ইতিহাস আছে, এই ভাষা যে অতি সু-প্ৰাচীন এই কথা প্ৰতিপন্ন কৰিলে ধ্ৰুপদী স্বীকৃতিয়ে৷(Assam Book Fair) মহাৰাজা পৃথু, কুমাৰ ভাস্কৰ বৰ্মনৰ প্ৰাচীন কামৰূপৰ ইতিহাসেৰে অসমীয়া ভাষা সমৃদ্ধ৷ কিন্তু কামৰূপ যেন কিছু পৰিমাণে ইতিহাস বিচাৰৰ দিশৰ পৰা বঞ্চিত হৈ আছিল৷

Assam Book Fair 2024: আজিৰে পৰা খানাপাৰাৰ পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত ১২ দিনীয়া অসম গ্ৰন্থমেলা

১১৮ টা প্ৰকাশন গোষ্ঠী তথা বিপণী সাজু। আজিৰ পৰা ১২ দিনীয়া অসম গ্ৰন্থমেলা, খানাপাৰাৰ পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰস্তুতি সম্পূৰ্ণ। যোগদান কৰিব দিল্লী, কলকাতা,পাঞ্জাৱৰ আগশাৰীৰ প্ৰকাশনে।(Assam Book Fair 2024)

Popular