অসম

Vascular Surgery: জ্যেষ্ঠ ভাস্কুলাৰ ও এণ্ড ‘ভাস্কুলাৰ চাৰ্জন, চেন্নাই এপ’ল’ হাস্পাতালৰ চিকিৎসক ডাঃ ভি বালাজীৰ সংবাদমেল

(Vascular Surgery)ভাস্কুলাৰ চাজৰিী হৈছে চিকিৎসা বিজ্ঞানৰ এটা শাখা যিয়ে ৰক্তবাহী নলীৰ ৰোগৰ সৈতে যুঁজ দিব পাৰে। ৰক্তবাহী নলী দুবিধ। ধমনীয়ে ভাল (অক্সিজেন যুক্ত) তেজ আৰু শিৰাই বেয়া (অক্সিজেন বিহীন) তেজ পৰিবাহিত কৰে।

Surya Das: গণশিল্পী সূৰ্য্য দাসৰ দেহাৱসান…

প্ৰখ্যাত সংগীত শিল্পী সূৰ্য দাসৰ দেহাৱসান। মৰিগাঁও চিভিলত সূৰ্য দাসৰ শেষ নিশ্বাস ত্যাগ। বাথৰূমত পিচল খাই পৰাৰ পিছতে অচেতন হৈ পৰিছিল শিল্পীগৰাকী।(Surya Das)

Bharat Gourav Award: সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰলৈ ভাৰত গৌৰৱ বঁটা

সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰলৈ ভাৰত গৌৰৱ বঁটা। দীৰ্ঘদিন ধৰি জীৱ জন্তুৰ প্ৰতি দেখুৱাই অহা মৰম আৰু যত্নৰ বাবে আগবঢ়োৱা হৈছে এই ৰাষ্ট্ৰীয় পুৰস্কাৰ।(Bharat Gourav Award)

Congress Protest : কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী, কংগ্ৰেছৰ প্ৰতিবাদ ৰুধিবলৈ আৰক্ষীৰ সমৰসজ্জা!

আজি প্ৰদেশ কংগ্ৰেছে ঘেৰাও কৰিব জনতা ভৱন। কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰুধিবলৈ গুৱাহাটী মহানগৰীত সষ্টম আৰক্ষী-প্ৰশাসন। ইতিমধ্যে মোতায়েন কৰা হৈছে আৰক্ষী-নিৰাপত্তাৰক্ষী, অতিৰিক্ত বাহিনী।(Congress Protest)

Juri Borah Borgohain:এগৰাকী অনুবাদকে উপন্যাস লিখাটো বৰ ভাল কামঃ জুৰী বৰা বৰগোহাঞি

ডিব্ৰুগড় গ্ৰন্থমেলা প্ৰাংগনত বৃহস্পতিবাৰে ড° জুনু মহন্তৰ উপন্যাস ভূৱনেশ্বৰী উন্মোচন কৰা হয়। ডিব্ৰুগড় লেখিকা সমাৰোহৰ আয়োজনত অনুষ্ঠিত হোৱা সাহিত্য অনুস্থানত অনুবাদক, গল্পকাৰ, অধ্যাপিকা ড° জুনু মহন্তৰ প্ৰথম উপন্যাস উন্মোচন কৰে উপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে(Juri Borah Borgohain)।

Popular