অসম

Dholai । ধলাই বিধানসভাৰ উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি দলত্যাগী অমিয় কান্তি দাসে

ধলাই বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত টিকিক নেপাই শেহতীয়াকৈ বিজেপিৰ পৰা পদত্যাগ কৰা অমিয় কান্তি দাসে ধলাই বিধানসভাৰ উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে।(Dholai)

Bangagaon AGP By Election 2024: অগপৰ দুৰ্গখ্যাত বঙাইগাঁৱত দিপ্তীময়ী চৌধুৰীক টিকট

অগপই সোমবাৰে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangagaon AGP By Election 2024) বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। সাংসদ ফনীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীক(Candidate Diptimoy Chowdhury) টিকট প্ৰদান কৰা হয়।

Agricultural Land of Indigenous Peoples: খিলঞ্জীয়া মানুহৰ কৃষিভূমি সুৰক্ষিত কৰাৰ দাবীত টাঙোনমাৰীত আছু উত্তাল প্ৰতিবাদ

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ পশ্চিম বংশৰ মৌজাৰ অন্তৰ্গত দোকনীয়, গাওঁবুঢ়াৰ পাম, টাঙোনমাৰী আদি ঠাইত খিলঞ্জীয়া কৃষকে কৃষিৰ জৰিয়তেই নিজৰ লগতে পৰিয়ালৰ পোহপাল দি আহিছে। কিন্তু আজিৰ পৰা দুই তিনিবছৰ ভিতৰত হঠাতেই অখিলঞ্জীয়া লোকৰ অবৈধ আগ্ৰাসনত শংকিত হৈ পৰিছে অঞ্চলটোৰ কৃষক সকল। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে এই অখিলঞ্জীয়া লোকসকলে(Agricultural Land of Indigenous Peoples) খিলঞ্জীয়া মানুহৰ কৃষিভূমি ভয় ভাবুকিৰে দখল কৰাত খিলঞ্জীয়া লোকসকল প্ৰাণৰ শংকাত কৃষি ভূমি এৰি থৈ আহিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে

Famous Play Abhijnana-Shakuntalam: মহাকবি কালিদাসৰ বিশ্ববিশ্রুত নাট ‘অভিজ্ঞান-শাকুন্তলম’ সংস্কৃততে মঞ্চস্থ

নগাঁও, ২১ অক্টোবৰ : নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চই ২৫ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে শনিবাৰে সন্ধিয়া নগাঁও জিলা পুথিভঁৰাল প্রেক্ষাগৃহত মহাকবি কালিদাসৰ বিশ্ববিশ্রুত...

Love Jihad Land Jihad: বিশেষ সম্প্ৰদায়ে লাভ জেহাদৰ লগতে ভূমি জেহাদৰ জৰিয়তে নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে : পল্লৱ শইকিয়া

তেওঁ কয় যে, বৰ্তমান অসমৰ এটা বিশেষ সম্প্ৰদায়ৰ(Special Communities) ৰাইজে লাভ জেহাদৰ লগতে ভূমি জেহাদৰ(Love Jihad Land Jihad) জৰিয়তে নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে। অসমত লাভ জেহাদৰ সৈতে ভূমি জেহাদৰ সমস্যা এতিয়া জটিল হৈছে৷ লাভ জেহাদৰ বাবে ভুক্তভোগী হিন্দু ছোৱালী-বোৱাৰী যথেষ্ট ক্ষতিৰ সম্মুখীন হ'ব লগা হৈছে

Popular