অসম

Chutia Students’ Union: জনজাতিকৰণৰ দাবীত যোৰহাটত চুতীয়া ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

ছয় জনগোষ্ঠীক জনজাতিকৰণ তথা বিভিন্ন সমস্যা সমাধানৰ দাবীৰে আজি(Chutia Students' Union) পুনৰ এবাৰ উত্তাল হৈ পৰে যোৰহাট।

Women’s Ras: ৭৩ বছৰত ভৰি দলে ঢকুৱাখনা বালিগাঁৱৰ ৰাস মহোৎসৱে

মাজুলীৰ সমান্তৰালভাৱে ঢকুৱাখনা(Women's Ras) বালিগাঁৱৰ হৰিমন্দিৰতো লক্ষ্মী পূৰ্ণিমা দিনটো পৰাই শ্ৰীকৃষ্ণ পূৰ্ণাংগ ৰাখলীলাৰ(Ras Festival) বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে।

Ratan Tata: মৃত্যুৰ এমাহ পূৰ্তিত প্ৰকাশ পালে ‘ৰতন টাটা’

যশস্বী উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানৰ এমাহ পূৰ্তিৰ দিনটোতে প্ৰকাশ পালে টাটাৰ বৈচিত্ৰ্যময় জীৱনৰ আধাৰত সাংবাদিক খনীন্দ্ৰ কুমাৰ ডেকাৰ দ্বাৰা ৰচিত গ্ৰন্থ 'ৰতন টাটা(Ratan Tata)’৷

Indian Railway: ভাৰতীয় ৰে’ল পূৰ্বতকৈ এতিয়া অধিক সুৰক্ষিত

ভাৰতীয়সকল এতিয়া ৰে’ল(Indian Railway) ভ্ৰমণৰ ক্ষেত্ৰত আগতকৈ অধিক সুৰক্ষিত হৈ পৰিছে। ইয়াৰ বাবে বিগত দশকৰ সুচিন্তিত পদক্ষেপৰ গুৰুত্বপূ ফলাফলসমূহ আজি অনুধাবন কৰিব পৰা হৈছে।

Indian Coalition Politics: ভাৰতীয় মিত্ৰজোঁটৰ ৰাজনীতিত আঞ্চলিক দলসমূহৰ ভূমিকা

মিত্ৰজোঁট চৰকাৰৰ অৰ্থ হ’ল উমৈহতীয়া বুজাবুজি বা এজেণ্ডাৰ ভিত্তিত এটাতকৈ অধিক ৰাজনৈতিক দল বা গোট একত্ৰিত(Indian Coalition Politics) হোৱা আৰু চৰকাৰ গঠন কৰা। সাধাৰণতে যেতিয়া সংসদীয় গণতন্ত্ৰত এটা দলে একক সংখ্যা গৰিষ্ঠতা নেপায় তেতিয়া এটাকৈও অধিক দল লগ হৈ এটা বহু দলীয় জোট বন্ধন কৰে আৰু এই বহু দলীয় মিত্ৰজোঁটে চৰকাৰ গঠন কৰে।

Popular