Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
অসম
খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা
অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ
অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান…
Bangladeshi Issue: কংগ্ৰেছে ছোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়ঃ মুখ্যমন্ত্ৰী
অসম
দৈনন্দিন বাৰ্তা
-
November 5, 2024
কোন বাংলাদেশী, কোন বিদেশী সেয়া কংগ্ৰেছে কেনেকৈ ক'ব। বাংলাদেশী(Bangladeshi Issue) চিনাক্ত কৰা বিজেপিৰ কাম।কংগ্ৰেছে পুনৰ বাংলাদেশী বিষয় উত্থাপন কৰি ৰাজ্যত পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে। ধলাইৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বাংলাদেশী হিচাপে কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(CM HBS)।
Koch Rajbongshi: ১০ নৱেম্বৰৰ আগতে কোচ ৰাজবংশীক বিনাচৰ্তে ভূমি মালিকীস্বত্ব (নামজাৰি) প্ৰদানৰ কথা স্পষ্ট কৰক, মুখ্যমন্ত্ৰীক আহ্বান
অসম
দৈনন্দিন বাৰ্তা
-
November 5, 2024
অসম চৰকাৰে শেতীয়াকৈ বসুন্ধৰা ৩.o জৰিয়তে ভূমি মালিকীস্বত্ব লাভৰ বাবে তিনিটা প্ৰজন্মৰ নথিপত্ৰ দাখিলৰ যি অধ্যাদেশ জাৰি কৰিছে সেই সম্পৰ্কত কোচ ৰাজবংশীসকলক(Koch Rajbongshi) বিনাচৰ্তে ভূমি মালিকীস্বত্ব (নামজাৰি) প্ৰদান কৰিব লাগে বুলি দাবী জনাইছে আক্ৰাছুৰ চাৰিটাকৈ গোটৰ লগতে কোচ ৰাজবংশী জাতীয় পৰিষদে(Kamatapuri)৷
Himanta Biswa Sarma । গাখীৰ নিদিয়া গৰু কংগ্ৰেছ , ভোট দি লাভ নাই !ধলাইৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী
অসম
দৈনন্দিন বাৰ্তা
-
November 5, 2024
ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা আহি ৰাজ্যৰ উপ-নিৰ্বাচনৰ প্ৰচাৰত নামি পৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) । ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনক লৈ সমষ্টিকেইটাত ৰাজনৈতিক বতাহ উত্তপ্ত হৈ পৰিছে । ধলাইৰ বি এন এন পি হাইস্কুল আৰু পালংঘাটৰ চি চি জে চি হাইস্কুলৰ খেলপথাৰত আয়োজিত দুখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma) Himanta Biswa Sarma । গাখীৰ নিদিয়া গৰু কংগ্ৰেছ , ভোট দি লাভ নাই !ধলাইৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী
Chhath Puja 2024: লৌকি ভাতেৰে আৰম্ভ হৈছে পৱিত্ৰ ষট ব্ৰত
অসম
দৈনন্দিন বাৰ্তা
-
November 5, 2024
মঙলবাৰৰ পৰাই দেশজুৰি চাৰিদিনীয়া কাৰ্যসূচীৰে(Chhath Puja 2024) আৰম্ভ হৈছে পৱিত্ৰ ষট ব্ৰত৷ আজি প্ৰথম দিনা লৌকি ভাতেৰে আৰম্ভ হৈছে পৱিত্ৰ ষট ব্ৰত(Hindu festival)৷ বুধবাৰে হ’ব খাৰনা৷ বৃহস্পতিবাৰে বিয়লি হ’ব প্ৰথম অৰ্ঘ্য(Sun God)৷ শুক্ৰবাৰে পুৱা হ’ব দ্বিতীয় অৰ্ঘ্য অৰ্থাৎ পাৰণ(Surya Dev)৷
Dhakuakhana: ঢকুৱাখনাত নিষিদ্ধ ড্ৰাগছসহ বেপাৰীক গ্ৰেপ্তাৰ
অসম
দৈনন্দিন বাৰ্তা
-
November 5, 2024
ঢকুৱাখনাৰ(Dhakuakhana) অলিয়ে গলিয়ে নিষিদ্ধ ড্ৰাগছ আৰু ভাংৰ মুকলি বেহা চলিছে। ঘৰে বাহিৰে মুকলি ভাবেই নিষিদ্ধ ড্ৰাগছ আৰু ভাংৰ ক্ৰয় বিক্ৰই চলি আহিছে ঢকুৱাখনাত।
1
...
431
432
433
...
3,100
Page 432 of 3,100
Popular
“আজি ৰাতি শিলা বৰষিলে নুশুনি প্ৰজাৰ মাত, পালি-পহৰীয়া সৱে নিদ্ৰা গৈলা ওপজিলা জগন্নাথ…”
দৈনন্দিন বাৰ্তা
-
September 4, 2026