অসম

Police Station: শিৱসাগৰত ‘আৰক্ষী চকী’ৰ‌ মঞ্চায়ন

১৯৬৭ চনত প্ৰতিষ্ঠা হোৱা শিৱসাগৰৰ সামাজিক অনুষ্ঠান "শিৱসাগৰ যুৱ দল"ৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অলপতে বিশিষ্ট নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰৰ ৰচনা আৰু পৰিচালনাৰে পূৰ্ণাঙ্গ নাটক "আৰক্ষী চকী"(Police Station) সফলতাৰে মঞ্চায়ন কৰা হয়।

Rajnath Singh Celebrates Diwali: তেজপুৰত সেনা জোৱানৰ সৈতে ৰাজনাথ সিঙৰ দীপাৱলী উদযাপন

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অসমৰ তেজপুৰস্থিত ৪ৰ্থ কৰ্পছৰ মুখ্য কাৰ্যালয়ত বুধবাৰে সেনা জোৱানসকলৰ সৈতে পোহৰৰ উৎসৱ দীপাৱালী উদযাপন কৰে(Rajnath Singh Celebrates Diwali)।

Diwali Celebrations with Border Troops: সীমান্তৰ সেনাৰে দীপাৱলী উদযাপন উপলক্ষ্যে টাৱাঙলৈ অহা ৰাজনাথ সিঙৰ তেজপুৰৰ বায়ুসেনা চাউনীত বাহৰ

ভাৰত-চীন সীমান্ত ভ্ৰমণলৈ আহি তেজপুৰস্থিত বায়ুসেনাৰ অতিথিশালত বাহৰ পাতিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Rajnath Singh Stops at Tezpur Airbase)। প্ৰতিকূল বতৰৰ বাবে পোনে পোনে টাৱাঙলৈ যোৱাৰ পৰিৱৰ্তে তেজপুৰত অৱতৰণ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ বিমান(Diwali Celebrations with Border Troops) ।

Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক

 (Dighalipukhuri)বোধহয়,গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী,সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই| শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল যে ফ্লাই অভাৰ নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ কেইজোপামান ঐতিহ্য বহনকাৰী বৃক্ষ কাটি পেলোৱা হ'ব। (Dighalipukhuri)

Hypocrite । তন্ত্ৰমন্ত্ৰৰ বাবে কবৰৰ পৰা মৃতদেহ তুলিবলৈ আহি ৰাইজৰ হাতত এক ভণ্ড তান্ত্ৰিক আটক

নিশা কাছাৰ জিলাৰ উত্তৰ কৃষ্ণপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ কবৰস্থানৰ কবৰৰ পৰা মৃতদেহ তুলিবলৈ আহি ৰাইজৰ হাতত আটক হল এক ভণ্ড তান্ত্ৰিক ৷ (Hypocrite) ধৃত তান্ত্ৰিক গৰাকী কাছাৰৰ শিলডুবিৰ অজিব উদ্দিন ।

Popular