Breaking

Browsing Category

অসম

পৱিত্ৰ ঈদ-উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামছুল হুদাৰ

কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোক সকলক পৱিত্ৰ ঈদ -উল ফিতৰ। ত্যাগ, সংযমেৰে এমাহ উপবাস তথা ৰমজানৰ ৰোজাৰ অন্তত মংঙলবাৰে উলহ মালহৰে পালন কৰিব ইছলাম ধৰ্মাৱলম্বী লোকে পৱিত্ৰ ঈদ-উল-ফিতৰ।এই পবিত্ৰ ঈদ উল ফিতৰৰ ঈদ উল ফিতৰে সকলৰে মাজত সমন্বয়, একতা, তথা
Read More...

ৰাজ্যত পুনৰ প্লাস্টিকৰ চাউল,এইবাৰ বিহালীত প্লাস্টিকৰ চাউল

বিহালীত আতংক৷প্লাস্টিকৰ চাউল বিতৰণ ছাহ বাগিছাৰ কৰ্মচাৰী সকলৰ মাজত৷এইবাৰ চাইনা নহয় অসমত ওলাইছে প্লাষ্টিকৰ চাউল৷ইমানদিনে ইউটিউবত পোৱা প্লাষ্টিকৰ চাউল বৰ্তমান উপলব্ধ বিহালীৰ চাহ বাগিচাৰ কৰ্মীসকলৰ মাজত৷সাপ্তাহিক ৰেচন বিতৰণৰ নামত হেতালি নেকি
Read More...

গৰ্ভৱতী সোনম কাপুৰে অনুষ্কা শৰ্মাক ক’লে তেওঁ কেনে ধৰণৰ মাতৃ হ’ব

অভিনেত্ৰী সোনম কাপুৰে প্ৰকাশ কৰিছে যে অভিনেত্ৰী অনুষ্কা শৰ্মাৰ পোষ্টত তেওঁ কেনে ধৰণৰ মাতৃ হ'ব। ইনষ্টাগ্ৰামত লৈ, অনুষ্কাই এটা ক্লিপ শ্বেয়াৰ কৰিছে য'ত তেওঁক আন কেইজনমান লোকৰ সৈতে নৃত্য কৰা দেখা গৈছে। এটা স্বাক্ষৰ পদক্ষেপৰ সৈতে, তাই ইয়েছ কা
Read More...

চিলাপথাৰৰ বেতনিপাম আঞ্চলিক ব’হাগী বিদায় সন্মিলনৰ সোণালী জয়ন্তী বৰ্ষৰ ব্যাপক প্ৰস্তুতি

অহা ১৭, ১৮ আৰু ১৯ মে' ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব চিলাপথাৰৰ বেতনিপাম আঞ্চলিক ব'হাগী বিদায় সন্মিলনৰ সোণালী জয়ন্তী উৎসৱ।সেই উদ্দেশ্যে আজি বিহু উদযাপন স্থলীত উদযাপন সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । সভাত সোণালী
Read More...

কাশ্মীৰ ফাইলছৰ প্ৰভাৱ: কৰ্ণাটক প্ৰতিষ্ঠানে পণ্ডিতসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰে

জনপ্ৰিয় চলচ্চিত্ৰ 'দ্য কাশ্মীৰ ফাইলছ'ৰ দ্বাৰা প্ৰেৰিত, কৰ্ণাটকৰ এটা শিক্ষাপ্ৰতিষ্ঠানে কাশ্মীৰী পণ্ডিতসকলৰ সন্তানৰ বাবে বিনামূলীয়া শিক্ষা ঘোষণা কৰিছে।যিতেওঁলোকৰ মাতৃভূমিৰ পৰা স্থানান্তৰিত হোৱাৰ পিছত সমগ্ৰ দেশতে বসতি স্থাপন কৰিছে।জনপ্ৰিয়
Read More...

আজিৰে পৰা তামুলপুৰত ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশন

আজিৰে পৰা তামুলপুৰ জিলাৰ কচুবাৰীৰ গৌজন ফৌথাৰত আৰম্ভ হৈছে ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশন।ইতিমধ্যে আজি পুৱাৰ ভাগত প্ৰয়াত আছিনা বসুমতাৰী সোৱৰণী মুখ্য তোৰণ উদ্বোধন কৰে আদৰণি সমিতিৰ সভাপতি তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ন দাসে।ইয়াৰ
Read More...

উৰিয়ামঘাটত বিদ্যুৎ পৃষ্ঠ হৈ এজন লোক থিতাতে নিহত

ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ উৰিয়ামঘাট স্থিত সোনাপুৰত ১০০০ কেবি কাৰেণ্টৰ তাৰত বিদ্যুৎ পৃষ্ঠ হৈ এজন লোকৰ থিতাতে নিহত হয় ।জানিব পৰা মতে এখন শিল ভৰ্তি ডাম্পাৰ দৈয়াং নদীৰ পৰা শিল কঢ়িয়াই আনি থকা অৱস্থাত তেওঁ নিজৰ
Read More...

শিৱসাগৰত সুৰামত্ত স্বামীয়ে ৰেপীলে পত্নীৰ ডিঙি!গুৰুতৰ ভাৱে আহত মহিলাগৰাকী

শিৱসাগৰ নগৰৰ সমীপৰ বানমুখ পাতৰ গাঁৱত অঘটন।স্বামীয়ে ৰেপীলে পত্নীৰ ডিঙি।আজি পুৱা সংঘটিত হ'ল এই ভয়াবহ ঘটনা।অমৃত গগৈ(৩৫) নামৰ মদাহী স্বামীয়ে দৈনিক ঘৰত কন্দলৰ সৃষ্টি কৰে।যাৰ বাবে তেওঁৰ পত্নী ৰিংকু গগৈয়ে(৩২) যোৱা ২৭ এপ্ৰিল তাৰিখে শিৱসাগৰ সদৰ
Read More...

ৰাইজৰ দলৰ প্ৰতিস্থাপক কাৰ্য্যকৰী সভাপতি জিতুল ডেকাৰ পদত্যাগ

ৰাইজৰ দলত এতিয়া খহনীয়া সৃষ্টি হৈছে।ৰাইজৰ দলৰ প্ৰতিস্থাপক কাৰ্য্যকৰী সভাপতি জিতুল ডেকাৰ পদত্যাগ।বৰ্তমান দিল্লীত আছে জিতুল ডেকা ।অতি শীঘ্ৰেই আপত যোগদানৰ সম্ভাৱনা।
Read More...

কৈৱৰ্ত জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিলে ইউটিউবাৰ মনোজ ভায়ে

কৈৱৰ্ত্ত জনগোষ্ঠীক লৈ অপমান সূচক মন্তব্য কৰাৰ বাবে বিপদত পৰিছিল মনোজ ভাই। অৱশেষত লখিমপুৰত আহি ক্ষমা বিচাৰিবলৈ বাধ্য হ'ল ইউটিউবাৰ মনোজ ভাই। জানিব পৰা অনুসৰি এটা ভিডিঅ’ ৰ জৰিয়তে কৈৱৰ্ত্ত জনগোষ্ঠীক লৈ অপমানসূচক মন্তব্য কৰিছিল ইউটিউবাৰ মনোজ
Read More...