Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
অসম
খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা
অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ
অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান…
Assamese Classical Language: অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ; কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আনন্দ প্ৰকাশ
সাহিত্য সংস্কৃতি
দৈনন্দিন বাৰ্তা
-
October 3, 2024
(Assamese granted classical language )অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাত আনন্দ প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, "প্ৰতিগৰাকী অসমীয়াৰ বাবে এক ঐতিহাসিক ক্ষণ! শ শ বছৰৰ ঐতিহ্যৰে পৰিপূৰ্ণ স্বকীয় অসমীয়া ভাষালৈ আজিৰ কেন্দ্ৰীয় কেবিনেটত ধ্ৰুপদী ভাষা (Classical Language)ৰ মৰ্যাদা প্ৰদানত অনুমোদন।
Jayanta Malla Baruah: আমি সকলোৱে চাফাই কৰ্মী, এই মানসিকতাৰে আমি ভাৰতবৰ্ষখন পৰিষ্কাৰ কৰিব লাগিবঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 3, 2024
আমি সকলোৱে চাফাই কৰ্মী, এই মানসিকতাৰে আমি ভাৰতবৰ্ষখন পৰিষ্কাৰ কৰিব লাগিব। স্বচ্ছ ভাৰত মিছন আৰম্ভ কৰাৰ পিছত অসমত আমি ৪৬ লাখ শৌচাগাৰ নিৰ্মাণ কৰিছো, কাজিৰঙাৰ কঁহৰাত স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এইদৰে উল্লেখ কৰে।(Jayanta Malla Baruah)
Assam Cabinet meeting: অসম কেবিনেটৰ বৈঠকত গ্ৰহণ কৰা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 2, 2024
কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ সিদ্ধান্তসমূহ হৈছে উচ্চতৰ মাধ্যমিম চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ ৰাজ্যৰ মুঠ ৪৮৬৭৩ গৰাকী ছাত্র আৰু ছাত্রীক এইবাৰ বাণীকান্ত কাকতি বঁটাৰ স্কুটি প্ৰদান কৰা হ'ব।(Assam Cabinet meeting)
Assam Cabinet meeting:ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 1, 2024
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma)সভাপতিত্বত মঙলবাৰে দিছপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত হয় (Assam Cabinet meeting) ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে মন্ত্রী জয়ন্তমল্ল বৰুৱাই।
Mahalaya 2024: আৰম্ভ হ’ল মহালয়াৰ অমাবস্যা তিথি; জানো আহক মহালয়াৰ তাৎপৰ্য
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 1, 2024
মহালয়াৰ দিনা পিতৃ পুৰুষক উদ্দেশ্যি তৰ্পণ কৰা হয় । মহালয়াৰ দিনটোতে দেৱী দুৰ্গাৰ প্ৰতিমাৰ চকুত ৰঙৰ প্ৰলেপ আঁকি দিয়া হয় । মহালয়া শব্দৰ অৰ্থ হৈছে, মহান মন্দিৰ বা আশ্ৰম(Mahalaya 2024)। এনে ক্ষেত্ৰত দেৱী দুৰ্গাই হ'ল সেই মহান আলয় ।
1
...
462
463
464
...
3,100
Page 463 of 3,100
Popular
পূৱ বংশৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা জোনালী মালাকাৰৰ পি,এইচ,ডি লাভ
দৈনন্দিন বাৰ্তা
-
September 4, 2026