অসম

Himanta Biswa Sarma: মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান প্ৰৱঞ্চক চক্ৰৰ! মন্ত্ৰীৰ কেবিন পালেগৈ প্ৰৱঞ্চকৰ জাল

শাসনৰ বাঘজৰী হাতত লোৱাৰ পিছৰে পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিক আগুৱায়ো নিছিল৷(Himanta Biswa Sarma)

RTI activist Dulal Borah: দিল্লী আৰক্ষীৰ জালত দুলাল বৰা, আজি অসমলৈ

দিল্লী আৰক্ষীৰ জালত পৰে বিতৰ্কিত দুলাল বৰা। মুখ্যমন্ত্ৰীৰ ঘোষণা– আৰ টি আইত নিষিদ্ধ দুলাল বৰা।(RTI activist Dulal Borah)

Darrang News:ছাত্ৰ হত্যাকাণ্ড! ১২ গৰাকী শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলি

বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীসহ ১২গৰাকী কৰ্মচাৰীক তেওঁলোকৰ গাফিলতিৰ বাবে অন্য বিদ্যালয়লৈ বদলি। (Darrang News)

Witchcraft accusations in Gossaiagaon: ডাইনী অপবাদেৰে সমাজৰ পৰা এঘৰীয়া তিনিটা পৰিয়ালক!

গোসাঁইগাঁৱৰ তিনিটা পৰিয়ালৰ তিনিগৰাকীকৈ মহিলাক ডাইনী অপবাদেৰে তিনি বছৰ ধৰি সমাজৰ পৰা বহিষ্কাৰ কৰি ৰখাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ(Witchcraft accusations in Gossaiagaon) । পৰিয়াল তিনিটাক মানসিক নিৰ্যাতনৰ লগতে বিভিন্ন ধৰণে অত্যাচাৰ চলাই অহাৰো অভিযোগ পৰিয়াল তিনিটাৰ।

Death of class IX student: দৰঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাণ্ডক লৈ খৰ্গহস্ত জিলা ছাত্ৰ সন্থা

পদুমপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত শোকাৱহ ঘটনাটোৰ পিছতো ঘটনাস্থলীত উপস্থিত নহ’ল দৰং জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে(Death of class IX student) । পৰিদৰ্শকগৰাকীয়ে কেৱল অফিচৰ এচি ৰুমত বহিয়ে দায়িত্ব পালন কৰাৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ(School Inspector criticized by AASU) ।

Popular