Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
অসম
খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা
অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ
অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান…
Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
অসম
দৈনন্দিন বাৰ্তা
-
September 20, 2024
শৰণীয়া-কছাৰীৰ জনজাতিৰ প্ৰমাণ পত্ৰ প্ৰদানত বাধা হৈছে কোন? প্ৰমোদ-হাগ্ৰামাই বিৰোধিতা কৰাৰ পিছত শৰণীয়া কছাৰী(Sarania-Kachari Tribe)ক ন্যায় প্ৰদানৰ সদিচ্ছা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ ।
Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 20, 2024
কেৱল সংবাদমাধ্যমেই নহয়, চুমি বৰাৰ ক’লা হাতোৰাৰ পৰশ ন্যায়পালিকাৰ ওপৰতো যে পৰিছিল সেই কথা প্ৰমাণ হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত চৰকাৰী অধিবক্তা বিদ্যুৎ বিকাশ গগৈক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ঘটনাৰ পৰাই(Assam Online Trading Scam)। চুমি বৰাৰ ঘটনাটোত জড়িত ব্যক্তিক ৰক্ষণাবেক্ষণ দিব বিচৰাৰ অভিযোগতে বিদ্যুৎ বিকাশ গগৈক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।
Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়
অসম
দৈনন্দিন বাৰ্তা
-
September 19, 2024
৩৭.২ লাখ হিতাধিকাৰীক সামৰি ল'ব অৰুণোদয় ৩.০ আঁচনিয়ে। অৰুণোদয় ৩.০ৰ বাবে বৰ্তমানৰ হিতাধিকাৰীয়েও নতুনকৈ কৰিব লাগিব আবেদন। (arunodoi 3.0)
Shri Shri Rudra Mahayagya: খানাপাৰাত শ্ৰীশ্ৰী ৰুদ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাৰ সফল সামৰণি
অসম
দৈনন্দিন বাৰ্তা
-
September 18, 2024
শংকৰাচাৰ্যসহ দেশৰ ভিন্ন প্ৰান্তৰ সাহিত্যিক-শিক্ষাবিদ-বৈষ্ণৱ পণ্ডিতৰ সমাবেশেৰে ভক্তি-ৰসত বুৰ গ’ল অজস্ৰজন(Shri Shri Rudra Mahayagya) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি যজ্ঞত পূৰ্ণাহুতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কল্যাণ আৰু সফলতা কামনা কৰিও কৰিলে প্ৰাৰ্থনা ।
Swacchata hi seva: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ
অসম
দৈনন্দিন বাৰ্তা
-
September 18, 2024
অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালে অসমত আনুষ্ঠানিকভাৱে মুকলি কৰিলে স্বচ্ছতাই সেৱা শীৰ্ষক পষেকীয়া অভিযান(Swachhata Hi Seva campaign) । জল শক্তি মন্ত্ৰালয় আৰু গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ নেতৃত্বত আৰম্ভ হোৱা স্বচ্ছতাই সেৱা শীৰ্ষক এই অভিযান ২০২৪ চনৰ ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চলিব আৰু স্বচ্ছ ভাৰত দিৱসৰ দিনাখন অন্ত পৰিব।
1
...
471
472
473
...
3,100
Page 472 of 3,100
Popular
পূৱ বংশৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা জোনালী মালাকাৰৰ পি,এইচ,ডি লাভ
দৈনন্দিন বাৰ্তা
-
September 4, 2026