Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
অসম
খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা
অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ
অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান…
Sumi-Tarkik Surrender: আজি চুমি-তাৰ্কিকে কৰিব আত্মসমৰ্পণ!
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 11, 2024
কোটিটকীয়া কেলেংকাৰীৰ সৈতে জড়িত চুমি-তাৰ্কিকে যোৱা ১০ দিন ধৰি পলাতক হৈ আছিল । আজি গুৱাহাটীমুখী হৈছে পলাতক চুমি আৰু তাৰ্কিক(Sumi Tarkik Surrender)!
IIT guwahati: ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানি IIT গুৱাহাটী ডীনৰ পদত্যাগ
অসম
দৈনন্দিন বাৰ্তা
-
September 11, 2024
ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানি আই আই টি, গুৱাহাটীৰ ডীন অধ্যাপক কে ভি কৃষ্ণাইৰ অব্যাহতি ঘোষণা কৰে। প্ৰতিবাদকাৰীৰ আগত সেও মানি পদৰ পৰা অব্যাহতি ল’বলৈ বাধ্য হয় ডীনগৰাকীয়ে। (IIT Guwahati student community Protest dean resignation )
Online trading scam: ট্ৰেডিঙৰ জৰিয়তে প্ৰবঞ্চনা কৰা কাকো ৰেহাই দিয়া নহ’বঃ পীয়ূষ হাজৰিকা
অসম
দৈনন্দিন বাৰ্তা
-
September 11, 2024
ট্ৰেডিঙৰ জৰিয়তে প্ৰবঞ্চনা কৰা কাকো ৰেহাই দিয়া নহ’ব ৷ পুলিয়ে পোখাই উভালি আইনৰ মজিয়ালৈ অনা হ’ব ট্ৰেডিং প্ৰবঞ্চনাৰ সৈতে জড়িত জঘন্য ব্যক্তিক ৷ প্ৰয়োজনত ই ডি, আয়কৰ, বা চিবিআইক দিয়া হ’ব তদন্তৰ দায়িত্ব৷ জাগীৰোডত ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে এইদৰে সৰব হ’ল অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা ৷(No one who cheats through trading will be spared)
North-east Badminton:উত্তৰ-পূৱ বেডমিণ্টনঃ মিক্সড ডাবলছৰ দুয়োটা সোণ অসমৰ শ্বাটলাৰৰ দখলত
অসম
দৈনন্দিন বাৰ্তা
-
September 11, 2024
গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ ফাইনেলত ময়ূৰীয়ে অসমৰে ছুজেন বুঢ়াগোঁহাইক ২১-৪, ২১-১৪ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে৷(both gold in mixed doubles are held by Assam shuttlers)
Distinguished Business Honours :কমল সৈন্যাসিক নবোদয়া মহিলা সমিতিৰ পৰা আগবঢ়োৱা হয় বিশিষ্ট ব্যৱসায়িক সন্মান
অসম
দৈনন্দিন বাৰ্তা
-
September 10, 2024
ওদালগুৰি জিলাৰ নলবাৰী নেপালী খুটিৰ লালি গোৰাছ প্ৰাঙ্গনত নবোদয়া মহিলা সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে বৰ ওলহ-মালহেৰে ৰবিবাৰে উৎযাপন হয় দ্বিতীয় বাৰ্ষিক তীজ সামাৰোহ।গোৰ্খা জনগোষ্ঠীয় মহিলা সকলৰ অতি আদৰৰ উৎসৱ তীজ। (Distinguished Business Honours ) গোৰ্খা সমাজত মহিলাৰ স্থান সকলোতকৈ উচ্চ।
1
...
477
478
479
...
3,100
Page 478 of 3,100
Popular
পূৱ বংশৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা জোনালী মালাকাৰৰ পি,এইচ,ডি লাভ
দৈনন্দিন বাৰ্তা
-
September 4, 2026