Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
অসম
খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা
অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ
অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান…
Flood Control in Assam : জলসম্পদ বিভাগৰ সকলো অভিযন্তাৰে ভাৰ্চুৱেল পৰ্যালোচনা বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ
অসম
দৈনন্দিন বাৰ্তা
-
September 10, 2024
বান-নিয়ন্ত্ৰণৰ সহায়ক হোৱাকৈ জলাশয় বাছনি তথা উন্নয়ন আৰু আনুসংগিক বিষয়ত আলোচনা(Flood Control in Assam) । বিভাগীয় অভিযন্তা-কৰ্মাচাৰীয়ে বিগত বানৰ সময়ত লোৱা শক্তিশালী ভূমিকাৰ শলাগ জলসম্পদ মন্ত্ৰী হাজৰীকাৰ ।
Remembering Dr Bhupen Hazarika : নিউ আৰ্ট প্লেয়াৰ্ছ আৰু প্ৰাগজ্য়োতি কমিউনিকেশ্যনচৰ যৌথ উদ্যোগত সুধাকণ্ঠক স্মৰণ
অসম
দৈনন্দিন বাৰ্তা
-
September 9, 2024
অসম সম্পদ, জাতীয় প্ৰাণ, সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ ওপজা দিনটো অসমৰ অগ্ৰণী সামাজিক- সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছ আৰু প্ৰাগজ্য়োতি কমিউনিকেশ্যনচৰ যৌথ উদ্যোগত নিউ আৰ্ট প্লেয়াৰ্ছৰ নিৰ্মিয়মান প্ৰেক্ষাগৃহত যোৱা ৮ ছেপ্টেম্বৰ, ২০২৪ ত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উদযাপন কৰা হয় ( Remembering Dr Bhupen Hazarika) ।
যুৱতীগৰাকীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ আছু নেতা শংকৰজ্যোতি বৰুৱাৰ
অসম
দৈনন্দিন বাৰ্তা
-
September 9, 2024
মুখ খুলিলে আছু নেতা শংকৰজ্যোতি বৰুৱাই। যুৱতীগৰাকীয়ে অনা অভিযোগৰ সন্দৰ্ভত শংকৰজ্যোতি বৰুৱাই আজি স্পষ্টীকৰণ দিছে। যুৱতীগৰাকীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰিলে নেতাগৰাকীয়ে। ন্যায়ালয়ত সকলো সত্য উন্মোচিত হ'ব বুলি আশাবাদী শংকৰজ্যোতি বৰুৱা।(aasu general secretary sankarjyoti baruah reaction on ex gf allegation)
Online trading scam: চুমিৰ কাপোৰ ক্ৰয়ৰ নামত এবছৰে বিশালে ব্যয় কৰিছিল ১ কোটি টকা
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 9, 2024
ৰাজ্যৰ লগতে অৰুণাচলৰ প্ৰভাৱশালী ব্যক্তি আছিল চুমিৰ গ্রাহক। বিশ্বকর্মা পূজাৰ আগদিনা বিশালে বুক কৰা ৰেঞ্জ ৰ'ভাৰ অহাৰ কথা। বিশালৰ SBIৰ একাউন্টত বৰ্তমানেও জমা হৈ আছে ১০০ কোটি। আনহাতে, চুমী-বিশালে মিলি ধন সংগ্ৰহ কৰিছিল প্ৰায় ১ হাজাৰ কোটি টকা।(Sumi borah-bishal phukan collected one thousand crore)
Zubeen Garg Reacts on Sumi Borah: জুবিনে ক’লেঃ লুকাই আছে, লুকাই থাকক
অসম
দৈনন্দিন বাৰ্তা
-
September 9, 2024
চুমি বৰাৰ সন্দৰ্ভত মুখ খুলিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। কণ্ঠশিল্পীগৰাকীয়ে কয় যে শেহতীয়াকৈ চুমি বৰা প্ৰসংগত এনে কি ক'লে যিটো সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে।(Zubeen Garg Reacts on Sumi Borah)
1
...
479
480
481
...
3,100
Page 480 of 3,100
Popular
পূৱ বংশৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা জোনালী মালাকাৰৰ পি,এইচ,ডি লাভ
দৈনন্দিন বাৰ্তা
-
September 4, 2026