Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
অসম
খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা
অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ
অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান…
Fraudulent Bulls Eyes Online Trading: অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাত অভিযুক্ত ‘বুলচ আইজ’ প্ৰতিষ্ঠানৰ দায়িত্বত চৰকাৰৰ মিত্ৰদলৰ নেতা
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 6, 2024
নগাঁও আৰক্ষীৰ অভিযানত ‘বুলচ আইজ’ নামৰ এটা প্ৰৱঞ্চনামূলক অনলাইন ট্ৰেডিঙৰ সৈতে জড়িত থকাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ(Fraudulent Bulls Eyes Online Trading) । আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে পলাতক হৈ আছে এটা ৰাজনৈতিক দলৰ লগত জড়িত আন দুই মাষ্টাৰমাণ্ড ।
Online Trading Scam: চুমি বৰাই কৌশলেৰে হাই প্ৰফাইল লোকক অনলাইন ট্ৰেডিঙৰ ফাণ্ডত পেলাইছিল…
অসম
দৈনন্দিন বাৰ্তা
-
September 5, 2024
এগৰাকী আগশাৰীৰ সাংবাদিকে ছ’চিয়েল মিডিয়াৰ পোষ্টত ধন বিনিয়োগকাৰীসকলহে অপৰাধী, চুমি বৰা, বিশাল ফুকন আদি নহয় বুলি কৰা মন্তব্যয়ো সেইসকল বিষয়া, ৰাজনীতিকক হতাশ কৰি তুলিছে বুলি সূত্ৰটোৱে কয়। সঁচাকৈয়ে নাৰীয়েই গঢ়ে আৰু নাৰীয়েই ভাঙে বুলি কোৱা কথাষাৰ হয়তো মিছা নহয়।
Sumi Borah:পলাতক চুমি বৰাৰ বাহনৰ সন্ধান! ক’ত আত্মগোপন কৰি আছে চুমি বৰাই…
অসম
দৈনন্দিন বাৰ্তা
-
September 5, 2024
আনহাতে আজি নুনমাটিত ওলাইছে চুমি-তাৰ্কিকে ব্যৱহাৰ কৰা বাহনৰ সন্ধান। পাথৰকোঁৱেৰীৰ আইডেল হিল ভিউ এপাৰ্টমেণ্টত আৰক্ষীৰ অভিযান। এপাৰ্টমেণ্টটোৰ পাৰ্কিঙত আছে চুমিয়ে ব্যৱহাৰ কৰা বাহন। AS01FW 0006 নম্বৰ বাহনখন প্ৰত্যক্ষ কৰিছে আৰক্ষীয়ে।(sumi borah vehicle)
Online Trading Scam: চুমি বৰাৰ আছে অতীতৰ বহু অকথিত অধ্যায়…
অসম
দৈনন্দিন বাৰ্তা
-
September 5, 2024
চুমি বৰাৰ স্থানীয় একাংশ লোকৰ মাজত চৰ্চিত খবৰ অনুসৰি চুমি বৰাই অতি সৰুতেই ঘৰৰ অজ্ঞাতে পলাই গৈ ডিব্ৰুগড়ৰ জালান চাহ বাগিচাৰ ৰাধাকৃষ্ণ মন্দিৰত এজন যুৱকৰ সৈতে বিয়া হৈছিল। কিন্তু বয়স অতি কম হোৱা বাবে পৰিয়ালৰ লোকে চুমিক পুনৰ ঘৰলৈ ওভতাই আনি পঢ়া শুনা কৰিবলৈ লগাইছিল বুলি বাণীপুৰৰ পুৰণি বাসিন্দাসকলৰ মাজত চৰ্চিত এটা খবৰ।
Teacher’s Day: আজি শিক্ষক দিৱস। প্ৰতিগৰাকী শিক্ষাগুৰুলৈ সশ্ৰদ্ধ প্ৰণিপাত…
অসম
দৈনন্দিন বাৰ্তা
-
September 5, 2024
শিক্ষক দিৱসৰ এই মধুৰ ক্ষণত, দেশৰ মহান চিন্তাবিদ, দাৰ্শনিক তথা মহান শিক্ষক ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছে দেশবাসীয়ে।(Sarvepalli Radhakrishnan)
1
...
483
484
485
...
3,100
Page 484 of 3,100
Popular
পূৱ বংশৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা জোনালী মালাকাৰৰ পি,এইচ,ডি লাভ
দৈনন্দিন বাৰ্তা
-
September 4, 2026