অসম

Teacher’s Day: নলবাৰীৰ বৰক্ষেত্ৰীৰ জয়সাগৰৰ শিক্ষক পিংকু মণি ৰায় চৌধুৰী ঘৰলৈ শিক্ষাৰ্থীৰ সোঁত

আজি শিক্ষক দিৱস। (Teacher's Day)শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোতেই স্থানীয় জয়সাগৰস্থিত শঙ্কৰ মাধৱ হাইস্কুলৰ শিক্ষক পিংকু মণি ৰায় চৌধুৰীক অঞ্চলটোৰ জয়সাগৰ, কেকানকুছি, কুটনিকুছি চাউলখোৱা, আহটা, বাকৰিকুছি নাৰুৱা আদি অঞ্চলৰ শিক্ষাৰ্থীসকলে শিক্ষকগৰাকীৰ নিজ গৃহলৈ আহি শিক্ষকগৰাকীৰ চৰণ চুই আশীৰ্বাদ লোৱাৰ লগতে শিক্ষকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।

Nepal Social Media Ban: ফেচবুক, এক্স, ইউটিউবৰ লগতে ২৩টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ!

ফেচবুক, এক্স, (Nepal Social Media Ban) ইউটিউবৰ লগতে আন ২৩টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ ঘোষণা। তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে ফেচবুক, ইনষ্টাগ্ৰাম, এক্সকে ধৰি ডাঙৰ ডাঙৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিষেধাজ্ঞা আৰোপ কৰিছে। বৃহস্পতিবাৰৰ মাজনিশাৰ পৰা কাৰ্যকৰী হৈছে এই নিষেধাজ্ঞা নেপালত।

Teacher’s Day: পৰিৱেশৰ প্ৰতি দায়বদ্ধ এজন শিক্ষক…

শিক্ষক দিৱসৰ এই পৱিত্ৰ (Teachers' Day)দিনটোত আমি আপোনালোকক লৈ যাম এজন এনে শিক্ষকৰ কাহিনীৰ ওচৰলৈ, যি শিক্ষকতাৰ লগতে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো অতুলনীয় অৱদান আগবঢ়াইছে।

Immigration and Foreigners Order 2025: অসম অসম হৈ ৰবনে! ২০২৫ৰ পূৰ্বে অহা হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

২০২৪লৈকে অহা হিন্দু বাংলাদেশীকে ধৰি (Immigration and Foreigners (Exemption) Order, 2025) ৩ খন দেশৰ নাগৰিকে পাব ভাৰতৰ নাগৰিকত্ব । কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসমৰ দল-সংগঠন ।

CAA cut-off date extended: ২০২৪ৰ ৩১ ডিচেম্বৰলৈকে অহা বাংলাদেশী হিন্দুৱে পাব নাগৰিকত্বঃ অধিসূচনা জাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

CAA cut-off date extended: ২০২৪ৰ ৩১ ডিচেম্বৰলৈকে অহা বাংলাদেশী হিন্দুৱে পাব নাগৰিকত্বঃ অধিসূচনা জাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

Popular