Breaking

Browsing Category

অসম

বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অভিযান, সীমান্তত ৫৪ টা গৰু উদ্ধাৰ

ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা আৰু নিৰাপত্তাৰ নিৰীক্ষণ কৰাৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্রণ্টিয়াৰৰ ফালৰ পৰা তেওঁলোকক অৰ্পণ কৰা সীমান্তত যাতে কোনো ধৰণৰ অবৈধ কাৰ্যকলাপ
Read More...

বিশ্বকাপ শেষ হোৱাৰ পাছতে ইউটিউবাৰ স্বতী আস্থানৰ সৈতে বিবাহত বহিল এজন ভাৰতীয় ক্ৰিকেটাৰ

এগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ বিয়া । বৃহস্পতিবাৰে নিশা তেওঁ ইনষ্টাগ্ৰামত এটা পোষ্ট যোগে এই কথা জানিবলৈ দিয়ে । নৱদীপ ছাইনীয়ে নিজৰ দীৰ্ঘদিনীয়া প্ৰেমিকাক বিয়া কৰিলে । দীৰ্ঘদিনীয়া প্ৰেমিকা স্বতী আস্থানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে নৱদীপ ।
Read More...

লুড’ কাপ ফুটবল প্ৰতিযোগিতাত গোগামুখ  স্পৰ্ট একাডেমীৰ অগ্ৰগতি

লোকেল ইউনাইটেড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্বন চমুকৈ লুড’ৰ উদ্যোগত ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাজ্যিক ভিত্তিত  শনিবাৰৰ পৰা আৰম্ভ  হৈছে লুড’ কাপ  ফুটবল প্ৰতিযোগিতা ৷
Read More...

দেৰগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

দেৰগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ বৰদলৈৰ দেহাৱসান।শনিবাৰে পুৱতিনিশা পৰলোকপ্ৰাপ্তি ঘটে সাংবাদিকগৰাকীৰ। ১৯৯৫ চনতেই সংবাদক্ষেত্ৰত খোজ দিয়া ভাস্কৰ জ্যোতি বৰদলৈ আছিল
Read More...

নীৰেন বৰুৱা সোঁৱৰণী কবিতা আবৃত্তি প্ৰতিযোগিতা সম্পন্ন

গুৱাহাটী- মহানগৰীৰ গুৱাহাটী ক্লাৱস্হিত নিউ আৰ্ট প্লেয়াৰ্ছ সাংস্কৃতিক চেন্টাৰ ফৰ পাৰফৰ্মিঙৰ নৱনিৰ্মিত অত্যাধুনিক প্ৰেক্ষাগৃহত শুকুৰবাৰে “নীৰেন বৰুৱা সোঁৱৰণী আবৃত্তি প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰা হয়৷ গুৱাহাটীৰ অন্যতম সামাজিক-সাংস্কৃতিক
Read More...

আৰক্ষীৰ অভিযানত জব্দ চাৰি হাজাৰ নিচাজাতীয় টেবলেট

গৌৰীপুৰৰ বালাজানত আৰক্ষীৰ অভিযানত জব্দ চাৰি হেজাৰ নিচাজাতীয় টেবলেট। আটক বেল্লাল সেখ। ধৃত যুৱক জনে কোচবিহাৰৰ পৰা ধুবুৰী অভিমুখী WB 63 A / 0968 নম্বৰৰ যাত্ৰীবাহী বাছেৰে টেৱলেট কঢ়িয়াই নিয়াৰ পথত
Read More...

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত গ্ল’বেল এডু মেলা ছিজন ১…

অহা ২৮ আৰু ২৯ নৱেম্বৰত অসম ডাউন টাউন ইউনিভাৰ্চিটিয়ে পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ বিশ্ববিদ্যালয় চৌহদত আয়োজন কৰিছে গ্ল’বেল এডু ফেয়াৰ ছিজন ১। এই কথা আজি গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল যোগে জনাই। গ্ল’বেল এডু ফেয়াৰ ছিজন ১ হৈছে শৈক্ষিক
Read More...

কাকপথাৰ ডিৰাক কপাতলি সেনাবাহিনী চাউনীলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ, প্ৰচণ্ড শব্দ কৰি বিস্ফোৰণ

উজনিত পুনৰ অঘটন৷ বুধবাৰে সন্ধিয়া কাকপথাৰ ডিৰাক কপাতলি সেনাবাহিনী চাউনীলৈ গ্ৰেনেড নিক্ষেপৰ এক ঘটনা সংঘটিত হয়। মটৰচাইকেলত অহা দুজন যুৱকে নিক্ষেপ কৰে এই গ্ৰেন্ড৷ জানিব পৰাৱ মতে সেনা শিবিৰৰ ওচৰত
Read More...