Breaking

Browsing Category

অসম

গুৱাহাটীত ভাৰত অষ্ট্ৰেলিয়াৰ খেল; আকৌ সাপ ! বৰ্ষাপাৰাত পুনৰ সৰ্প

আকৌ সাপ। বৰ্ষাপাৰাৰ খেল পথাৰত আকৌ বিষধৰ সৰ্পৰ উপস্থিতি। কাইলৈ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হব ভাৰত অষ্ট্ৰেলিয়াৰ মাজত টি-২০ৰ তৃতীয়খন খেল। সেইমৰ্মে আজি ষ্টেডিয়ামত কৰা হৈছিল স্প্ৰে।
Read More...

গুৱাহাটীৰ ফাঁচী বজাৰৰ হোলছেল মাৰ্কেট চাংসাৰিলৈ স্থানান্তৰৰ পৰিকল্পনা – মন্ত্ৰী অশোক…

গুৱাহাটীৰ ফাঁচী বজাৰৰ হোলছেল মাৰ্কেট চাংসাৰিলৈ স্থানান্তৰৰ পৰিকল্পনা।
Read More...

মানস প্ৰতিম দত্তৰ “সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতিৰ” পৰিৱৰ্দ্ধিত নতুন সংস্কৰণ…

প্ৰকৃতিয়ে আমাক জীয়াই থকাৰ সকলো উপাদান আৰু সম্পদেই যোগান ধৰে। কিন্তু যেতিয়াই এই উপাদানসমূহ লগাতকৈ অধিক ব্যৱহাৰ কৰি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিম তেতিয়াই প্রকৃতিলৈ ভাবুকি নামি আহিব। প্রকৃতিলৈ ভাবুকি অহা মানে মানুহৰ ভৱিষ্যতলৈ
Read More...

কিয় চৰ্চালৈ আহিও ভাৰতীয় দলৰ পৰা বাদ পৰিল ৰিয়ান পৰাগ ? -ক’লে বি চি চি আইৰ যুটীয়া সচিব…

ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চাত থাকিও ভ্ৰমণকাৰী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত টি-টুৱেণ্টী ক্ৰিকেট শৃংখলাত স্থান নাপালে অসমৰ প্ৰতিভাৱান ক্ৰিকটাৰ ৰিয়ান পৰাগে। সদ্যসমাপ্ত ছৈয়দ মুস্তাক আলী ৰাষ্ট্ৰীয় টি- টুৱেন্টী টুৰ্ণামেণ্টত দুর্দান্ত প্ৰদৰ্শন
Read More...

চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন সঞ্চালক প্ৰধান ড০ সৃজয় লাল থাউচেনৰ

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ সঞ্চালক প্ৰধান ডঃ সৃজয় লাল থাউচেনে ২৫ নবেম্বৰত বাহিনীটোৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদ পৰিদৰ্শন কৰে।
Read More...

পুলিন দাস সোঁৱৰণী ক্ৰীড়া কুইজত ৰক্তিম আৰু মৃদুল শ্ৰেষ্ঠ

গুৱাহাটী - ষষ্ঠ বাৰ্ষিক পুলিন দাস সোঁৱৰণী প্ৰাইজমানী ক্ৰীড়া কুইজ প্ৰতিযোগিতাত ৰক্টিম ৰঞ্জন বৈশ্য আৰু মৃদুল ৰাম কলিতাৰ যুটিয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। গুৱাহাটী টেনিছ সন্থাৰ উদ্যোগত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ২৬ নৱেম্বৰত আয়োজন কৰা
Read More...

মিচিং জাতীয় উৎসৱ আলি আঃয়ে লৃগাঙক ৰাজ্যিক বন্ধ ঘোষণাৰ দাবী মিচিং জাতীয় সংগঠনৰ; দহখন জিলা বন্ধ…

মিচিং জাতীয় উৎসৱ আলি আঃয়ে লৃগাঙক ৰাজ্যিক বন্ধ দিয়াৰ দাবী জনাইছে মিচিং জাতীয় সংগঠনসমূহে ৷ দেওবাৰে ধেমাজি জিলাৰ গোগামুখ আবতানি লতাত অনুষ্ঠিত হোৱা এখন সংবাদমেলত মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে, টি এম এম কেৰ কেন্দ্ৰীয় সমিতিসমূহৰ
Read More...

দুলীয়াজানত সোণালী জয়ন্তী বৰ্ষৰ ৰাস মহোৎসৱৰ শুভাৰম্ভ

শনিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দুলীয়াজানৰ বিহুতলীৰ প্ৰাংগণত অনুষ্ঠিত হৈছে সোণালী জয়ন্তী বৰ্ষৰ ৰাস মহোৎসৱ। পুৱাৰ ভাগত একেলগে ৫০ খন পতাকা বৰণ্য ব্যক্তিৰে উত্তোলন কৰাৰ লগতে , স্মৃতি
Read More...

মৰিগাঁও জৱাহৰ নৱোদয় বিদ্যালয়ত দুদিনীয়া কাৰ্য্যসূচীৰে ৰূপালী জয়ন্তী

মৰিগাঁও জৱাহৰ নৱোদয় বিদ্যালয়ে ২৫ টা বৰ্ষত ভৰি দিয়াত দুদিনীয়াকৈ উদযাপন ৰূপালী জয়ন্তী উৎসৱ ৷ মৰিগাঁও জৱাহৰ নৱোদয় বিদ্যালয়খনে বিগত ২৫ বছৰজোৰা শৈক্ষিক যাত্ৰাকালত শতাধিক মানৱ
Read More...

দেৰগাঁৱত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

দেৰগাঁও নেঘেৰিটিং কালি মন্দিৰ সমীপৰ পুৰণি বাংল'ৰ ওপৰৰ চিলিঙত আৱদ্ধ হৈ থকা অৱস্থাত উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ। অঞ্চলটোৰ স্থানীয় লোকসকলে খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অজগৰডাল
Read More...