Breaking

Browsing Category

অসম

নেহৰু যুৱ কেন্দ্ৰ, কামৰূপৰ উদ্যোগত “Cheer 4 India Run Tokyo Olympic, 2020”

আজি নেহৰু যুৱ কেন্দ্ৰ সংগঠন উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগত আৰু নেহৰু যুৱ কেন্দ্ৰ, কামৰূপৰ ব্যৱস্থাপনাত কামৰূপৰ সংহত জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা আই আই টি, গুৱাহাটী খেলপথাৰলৈ "Cheers 4 India Run Tokyo Olympic 2020’' শীৰ্ষক শুভেচ্ছামূলক দৌৰ
Read More...

বাঘজানত পুনৰ জুইঃ পথ অৱৰোধৰে ৰাইজৰ প্ৰতিবাদ, প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলি

গনতান্ত্ৰিক প্ৰতিবাদৰ যেন মূল্য নাই বিজেপি চৰকাৰৰ শাসনৰ দিনত৷ চুৰ- ডকাইত, মাফিয়ালৈ গুলিচালনা কৰি চৰ্চা লাভ কৰা ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে এতিয়া যেন বন্দুকৰ গুলিৰে ৰোধ কৰিব বিচাৰিছে প্ৰতিবাদৰ কণ্ঠ৷ আজি ইয়াৰেই যেন
Read More...

ICSE আৰু ISC ৰ ফলাফল ঘোষণা

ভাৰতীয় বিদ্যালয় প্ৰমাণপত্ৰ পৰীক্ষা পৰিষদ, চি.আই.এছ.চি.ই.য়ে ২৪জুলাই, ২০২১ তাৰিখে ঘোষণা কৰে আই.চি.এছ.ই., আই.এছ.চি.২০২১ৰ ফলাফল । ইয়াৰ সৈতে সম্পৰ্কিত, চি.আই.এছ.চি.ই.-য়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল আবেলি ৩ বজাত মুকলি কৰে। পৰীক্ষাৰ বাবে
Read More...

লাহৰীঘাটত অব্যাহত ক’ৰনাৰ RAT টেষ্ট

সমগ্র দেশৰ লগতে অসমৰ মৰিগাঁও জিলাৰ লাহৰীঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ দ্বাৰা দৈনিক কৰোনা RAT টেষ্টৰ কাম অব্যাহত ৰাখিছে। আজিও লাহৰীঘাট আৰক্ষী থানাৰ ভিতৰত কৰোনাৰ RAT টেষ্ট কৰাৰ শিবিৰ পাতি আৰক্ষী প্ৰশাসনৰ সহযোগিতাত দুপৰীয়া ১২ বজালৈকে
Read More...

নগৰবেৰাত আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত

দক্ষিণ কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষীয়ে শুক্ৰবাৰে নিশা অভিযান চলাই দুজনকৈ দুধৰ্ষ ডকাইত আটক কৰিবলৈ সক্ষম হয়। নগৰবেৰা আৰক্ষীৰ দল এটাই ডকাইত দুজনৰ বিপৰীতে ৰুজু - ১২৮/২০, ১৫৩/২০ গোচৰৰ ভিত্তিত অভিযান চলাই আলোপতিচৰ আৰক্ষীৰ সহযোগত দুয়োকে ক্ৰমে
Read More...

শ্যামপুৰৰ বদলি চৰত ভয়াবহ অগ্নিকাণ্ড

দৰঙৰ শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বদলি চৰ গাঁৱত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড । আব্দুল গফুৰৰ ঘৰত গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ অগ্নিকাণ্ডৰ সুত্ৰপাত হয় । যোৱা কালি ( শুক্ৰবাৰে ) দিনৰ ১ মান বজাত সংঘটিত অগ্নি কাণ্ডৰ ফলত নিমিষতে ভস্মীভূত হয়
Read More...

ট’কিঅ অলিম্পিকত ভাৰতে অৰ্জন কৰিলে প্ৰথমটো পদক

টকিঅ’ অলিম্পিক ২০২০ত ভাৰতৰ প্ৰথমটো পদক অৰ্জন কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ জীয়ৰীয়ে। মণিপুৰৰ মীৰাবাই চানুৱে ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচিলে টকিঅ’ত। ভাৰ উত্তোলনেৰে ৰূপ জয় মণিপুৰৰ খেলুৱৈগৰাকীৰ। চীনৰ ঝিহু হৌৱে স্বৰ্ণ লাভ কৰে। চানুৱে সফলতাৰে ৮৪
Read More...

অ’এন জি চি পাইপ লাইনৰ খাৰুৱা তেলেৰে প্লাৱিত ৰোৱতী পথাৰ

নাজিৰাৰ অ' এন জি চি অসম সম্পদৰ কাৰ্য্যবাহী  সঞ্চালকৰ কাৰ্য্যলয়ৰ পৰা পাঁচ কিঃমিঃ নিলগত অ'এন জি চিৰ পাইপ লাইনৰ বিজুতিৰ বাবেই হাহাকাৰৰ  সৃষ্টি হৈছে অঞ্চলটোৰ কৃষক ৰাইজৰ ।  কৃষকৰ ভৰষাৰ থলী মেছাগড় বৰপথাৰৰ মলাগাঁও অংশত যোৱা কালি নিশাৰেপৰা পথাৰত
Read More...

লাহৰীঘাটত ৰাজহুৱা জিৰণি চ’ৰাক ব্যক্তিগত সম্পত্তি হিচাপে ব্যৱহাৰ একাংশৰ

মৰিগাঁও জিলাৰ লাহৰীঘাট  উন্নয়ন খণ্ডৰ অধীনস্থ লাহৰীঘাট গাঁও পঞ্চায়তৰ ধিঙৰআটি গাঁৱৰ ৫ নং ৱাৰ্ডৰ উপৰিও একেই পঞ্চায়তৰ মৰিতলী গাঁৱৰ ৯ নং ৱাৰ্ডত  এই দুটা ৰাজহুৱা জিৰণি চ'ৰাত আজি কেবা মাহ ধৰি স্হানীয় ৰাইজ বা পথচাৰীয়ে বহি ক্ষন্তেক সময়ৰ বাবেও
Read More...

ভাৰত-ভূটান সীমান্তবৰ্তী ৰাইজৰ সমাদৰ লাভ বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাতীৰ

বিটিআৰৰ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ অতিকৈ পিছপৰা ননৈ ছেৰফাং সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিটিচি নিৰ্বাচনত পাৰিষদ হিচাপে জয়লাভ কৰিবলৈ সক্ষম হৈছিল সঞ্জীত তাতীয়ে। বিটিচি নিৰ্বাচনত পাৰিষদ হিচাপে জয়লাভ কৰিয়েই বিজেপি, ইউপিপিএল আৰু
Read More...