Breaking

হিমাচল প্ৰদেশত সন্ধানহীন অসমৰ দেৱাশীষ ৰাজখোৱা আৰু শিখা ফুকন…

0 141

উত্তৰ ভাৰতৰ প্ৰবল বৃষ্টিপাতৰ মাজতে হিমাচল প্ৰদেশত সন্ধানহীন অসমৰ দম্পতী।
৪৮ ঘণ্টা ধৰি পৰিয়ালে খবৰ লাভ কৰা নাই দেৱাশীষ ৰাজখোৱা আৰু শিখা ফুকনৰ।
প্ৰাকৃতিক দুৰ্যোগৰ পিছৰে পৰা সন্ধানহীন হৈ আছে দম্পতীহাল।


দেৱাশীষ ৰাজখোৱা আৰু শিখা ফুকন চৰাইদেউৰ সোণাৰি পাৰ্বতীপুৰৰ নিবাসী।
দম্পতীহালক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰীলৈ আহৱান জনাইছে পৰিয়ালৰ লোকে।
আনহাতে প্ৰবল বৃষ্টিপাতে হিমাচল প্ৰদেশত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।
ধাৰাসাৰ বৰষুণৰ ফলত হিমাচলৰ বহুলোকৰ ক্ষতি হৈছে।

Leave A Reply