Breaking

বিহাৰৰ ৰে’ল দুৰ্ঘটনাত মৃত্যু হৈছে অসমৰ মাতৃ-কন্যাৰ…

0 63

বিহাৰৰ ৰে’ল দুৰ্ঘটনাত অসমৰ দুগৰাকীৰ মৃত্যু। দুৰ্ঘটনাত মৃত্যু হৈছে অসমৰ মাতৃ-কন্যাৰ।

ঊষা ভাণ্ডাৰী, আকৃতি ভাণ্ডাৰীৰ মৃত্যু। মাতৃ-কন্যাৰ ঘৰ তিনিচুকীয়াত।

ইতিমধ্যে পৰিয়ালক চমজাই দিয়া হৈছে মৃতদেহ।

Leave A Reply