November 1, 2023 ডিগবৈৰ বালিজান খ্ৰীষ্টানবস্তিত তেল পৰিবাহী পাইপ ফুটি অহৰহ নিৰ্গত তেল… Share FacebookTwitterWhatsAppTelegramKooEmail ডিগবৈৰ বালিজান খ্ৰীষ্টানবস্তিত অঘটন। OILৰ তেল পৰিবাহী পাইপ ফুটি অহৰহ নিৰ্গত তেল। নিশাৰ পৰা তেল নিৰ্গতক লৈ অঞ্চলজুৰি আতংক। ঘটনাস্থলীত উপস্থিত OILৰ সুৰক্ষাকৰ্মীৰ দল। Author: দৈনন্দিন বাৰ্তা Related Articles শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং দৈনন্দিন বাৰ্তা - April 29, 2026 তামুলপুৰৰ নিশামণি হালৈৰ ঘৰত শোকাকুল পৰিৱেশ দৈনন্দিন বাৰ্তা - April 25, 2026 নাৰী শক্তি বন্দন অধিনিয়ম (সংশোধন) ২০২৬ সংসদত গৃহীত নোহোৱাৰ প্রতিবাদত গুৱাহাটীৰ ৰাজপথত মহিলাৰ বিশাল জন আক্রোশ সমদল দৈনন্দিন বাৰ্তা - April 23, 2026