জয়পুৰ-আগ্ৰা ঘাইপথত ট্ৰেইলাৰ গাড়ীয়ে বাছত খুন্দা মৰাৰ ফলত কমেও ১১ জন লোক নিহত হোৱাৰ লগতে ১২ জন আহত…

জয়পুৰ-আগ্ৰা ঘাইপথত ট্ৰেইলাৰ বাহন বাছত খুন্দা মৰাৰ ফলত ১১ জন নিহত & ১২ জন আহত
১৩ ছেপ্টেম্বৰ, ২০২৩ তাৰিখ বুধবাৰে পুৱা ০৮:২৮ বজাত ৰাজস্থানৰ ভাৰতপুৰ জিলাৰ হান্ট্ৰাৰ সমীপৰ জয়পুৰ-

আগ্ৰা ঘাইপথত এখন ট্ৰেইলাৰ গাড়ীয়ে বাছত খুন্দা মৰাৰ ফলত কমেও ১১ জন লোক নিহত হোৱাৰ লগতে ১২ জন আহত হয় বুলি আৰক্ষী অধীক্ষক মৃদুল কাচাৱাই নিশ্চিত কৰিছে।

গুজৰাটৰ ভৱনগৰৰ পৰা উত্তৰ প্ৰদেশৰ মথুৰালৈ গৈ আছিল বাছখন। আহতসকলক চিকিৎসাৰ বাবে ৰাজস্থানৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Related Articles