Breaking

শিৱসাগৰত বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে আটাছুৰ উত্তাল প্ৰতিবাদ…

0 36

আঙুৰলতা ডেকাসহ কেইবাগৰাকী বিজেপি নেতা কৰ্মীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ আটাছুৰ। কংগ্ৰেছৰ বিৰুদ্ধে গুৱাহাটীত বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত ” আহোম জাতি মুৰ্দাবাদ” শ্লোগান দিয়া বুলি অভিযোগ উত্থাপন কৰি এই‌ প্ৰতিবাদ টাই আহোম ছাত্ৰ সন্থাৰ।

প্ৰকৃততে “ৰাহুল গান্ধী মুৰ্দাবাদ ” কৈছিল নে “আহোম জাতি মুৰ্দাবাদ” কৈছিল তাক লৈ বিবুধিত একাংশ। ইয়াৰ মাজতে টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি লিটল বুঢ়াগোহাঁইৰ নেতৃত্বত শিৱসাগৰত উত্তাল প্ৰতিবাদ ।

Leave A Reply