Breaking

পুনৰ অগপৰ সভাপতিৰ পদত অতুল বৰা, কাৰ্যকৰী সভাপতিৰ পদত কেশৱ মহন্ত…

0 25

পুনৰ অসম গণ পৰিষদ দলৰ সভাপতিৰ পদত অতুল বৰা।

কাৰ্যকৰী সভাপতিৰ পদত কেশৱ মহন্ত নিৰ্বাচিত হয়।


আজি অসম গণ পৰিষদৰ কেন্দ্ৰীয় দ্বাদশ সাধাৰণ অধিৱেশন অনুষ্ঠিত হয়।


গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অধিৱেশন।


অধিৱেশনত অংশগ্ৰহণৰ প্ৰাক্-মুহূৰ্তত শ্বহীদ বেদীত পুষ্পাৰ্ঘ্য অৰ্পণ কৰে অগপৰ কাৰ্যকৰ্তাই।


উপস্থিত থাকে সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকা আৰু অগপৰ অন্যান্য সদস্যসকল।

Leave A Reply